• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 7, 2025
28 °c
Guwahati
28 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অ’টিজিম কি ? এই ৰোগত আক্ৰান্ত শিশুৱে কেনেধৰণৰ আচৰণ কৰে ? ইয়াৰ কোনো চিকিৎসা আছেনে?

      Nation NE by Nation NE
      April 13, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      অ’টিজিম কি ? এই ৰোগত আক্ৰান্ত শিশুৱে কেনেধৰণৰ আচৰণ কৰে ? ইয়াৰ কোনো চিকিৎসা আছেনে?
      Share on FacebookShare on TwitterWhatsApp

      প্ৰতি বছৰে ২ এপ্ৰিলত বিশ্ব অ’টিজিম সজাগতা দিৱস পালন কৰা হয়। এই দিনটো উদযাপন কৰা মূলতে অ’টিজিমৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগত আক্ৰান্ত শিশুসকলে যাতে উন্নত চিকিৎসা লাভ কৰে তাক নিশ্চিত কৰা । অ’টিজিম হৈছে স্নায়ুজনিত ৰোগ। শৈশৱৰ পৰাই ইয়াৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ যিকোনো কাম শিকিব পৰা, কাৰোবাৰ লগত যোগাযোগ কৰিব পৰা আৰু কাম কৰাৰ ক্ষমতা হ্ৰাস পোৱাৰ দৰে লক্ষণে দেখা যায়। জিনীয় কাৰণত এই ৰোগ হয়।

      অ’টিজিম ৰোগীসকলে বিভিন্ন ধৰণে চিন্তা কৰে আৰু আচৰণ কৰে। স্বাভাৱিক শিশুতকৈ এই ৰোগত আক্ৰান্ত শিশুসকলৰ আচৰণ বেলেগ। জন্মৰ মাত্ৰ এবছৰৰ পিছত এই ৰোগৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। এপ’ল’ হাস্পতালৰ স্নায়ুবিজ্ঞান বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অনিমেশ গুপ্তাই কয় যে, অ’টিজিম ৰোগত আক্ৰান্ত শিশুসকলক বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন। সময়োপযোগী আৰু শুদ্ধ চিকিৎসাৰ দ্বাৰা এই ৰোগত আক্ৰান্ত শিশুক কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ আনিব পাৰি।

      ডাঃ অনিমেশ গুপ্তাই কয় যে, অ’টিজিম ৰোগত আক্ৰান্ত শিশুৰ চকুৰ সংস্পৰ্শত অসুবিধা হয়। এই ৰোগত আক্ৰান্ত শিশুৱে প্ৰায়ে আপোনাৰ ফালে চকু ঘূৰাই নিদিয়ে বা চকুৱে চকুৱে চাব নোৱাৰে । কাৰোবাক চাই হাঁহি দিয়া বা হাত জোকাৰি দিয়াৰ দৰে কামবোৰ তেওঁলোকে কৰিবলৈ সক্ষম নহয়। তেওঁলোকৰ মগজুৰ সঠিক বিকাশ নোহোৱাৰ বাবে এনে হয়।

      লগতে আন শিশুৰ তুলনাত তেওঁলোকে কথা ক’বলৈ অসুবিধাৰ সন্মুখীন হয়। যদি আপুনি আপোনাৰ শিশুৰ ক্ষেত্ৰত এনে লক্ষণ লক্ষ্য কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। এজন শিশু চিকিৎসক আৰু এজন স্নায়ু বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব লাগে।

      ঔষধ আৰু চিকিৎসাৰ দ্বাৰা অ’টিজিম নিয়ন্ত্ৰণ কৰিব পাৰি, কিন্তু এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি। কিন্তু সময়মতে লক্ষণ চিনাক্ত কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু ৰোগীয়ে কিছু পৰিমাণে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।

      Tags: AutismHealthMedical

      Related Posts

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…
      Top News

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      July 7, 2025
      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…
      Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      July 7, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 7, 2025
      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
      Top News

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      July 5, 2025

      শীৰ্ষ সংবাদ

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -