• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলাৰ সৈতে অপকৰ্মৰ অভিযোগত অভিযুক্ত স্বয়ম্ভূ বাবা, ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Nation NE by Nation NE
September 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহিলাৰ সৈতে অপকৰ্মৰ অভিযোগত অভিযুক্ত স্বয়ম্ভূ বাবা, ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
Share on FacebookShare on TwitterWhatsApp

মহিলাৰ সৈতে অপকৰ্মৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হোৱা দিল্লীৰ বসন্ত কুঞ্জ আশ্ৰমৰ সঞ্চালক বাবা স্বামী চৈতনানন্দ সৰস্বতীয়ে পাটিয়ালা হাউছ ক’ৰ্টৰ পৰা এক বৃহৎ বিপৰ্যয় আহিছে। পটিয়ালা হাউছ কোৰ্টে চৈতনানন্দ সৰস্বতীক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত বাবা চৈতনানন্দ সৰস্বতীক জেৰা কৰিব দিল্লী আৰক্ষীয়ে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে বাবাৰ বাবে ৫ দিনৰ আৰক্ষী জিম্মা বিচাৰিছিল।

আৰক্ষীৰ মতে, চৈতনানন্দৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে দুৰ্বল শাখা (ই ডব্লিউ এছ) বৃত্তি আঁচনিৰ অধীনত স্নাতকোত্তৰ মেনেজমেণ্ট ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে আকৌ তদন্তত প্ৰকাশ পাইছে যে, চৈতননান্দই পূৰ্বতেও বহু ছাত্ৰীক নিশা নিজৰ কোঠালৈ মাতি আনি তেওঁলোকৰ সৈতে অপকৰ্ম সংঘটিত কৰিছিল অন্যথা তেওঁলোকক গ্ৰেড কমোৱাৰ বা ফেইল কৰাই দিয়াৰ ভাবুকি দিছিল। চৈতনানন্দক সহায় কৰা আৰু আপত্তিজনক বাৰ্তা মচি পেলোৱাৰ অভিযোগত প্ৰতিষ্ঠানটোৰ তিনিজন ৱাৰ্ডেনৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে।

প্ৰায় ৫০ গৰাকী ছাত্ৰীৰ ফোনত উদ্ধাৰ হোৱা হোৱাটছএপ চাটত আপত্তিজনক বাৰ্তা আৰু বলপূৰ্বক শাৰীৰিক সংস্পৰ্শৰ কাণ্ডকে ধৰি ১৬ বছৰ ধৰি কৰা অপকৰ্মৰ প্ৰমাণ পোৱা গৈছে। তদুপৰি চিচিটিভিৰ ফুটেজ ডিলিট কৰাৰ অভিযোগ উত্থাপন হৈছে, আৰু ডিভিআৰক ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে আগষ্টৰ আৰম্ভণিতে দিল্লীৰ ডিফেন্স কলনী আৰক্ষী থানাত চৈতনানন্দাই ই ডব্লিউ এছ বৃত্তি লাভ কৰা ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ১৭ গৰাকী মহিলা ছাত্ৰীয়ে অভিযোগ দাখিল কৰিছিল। বিষয়াসকলৰ মতে, চৈতনানন্দাই বিগত দুটা দশক ধৰি মহিলাক শোষণ কৰি আহিছে আৰু ২০০৯ আৰু ২০১৬ চনতো তেওঁ নিৰ্যাতনৰ অভিযোগৰ পৰা ৰক্ষা পৰিছিল।

এইবাৰ আগষ্ট মাহত ১৭ গৰাকী মহিলা ছাত্ৰীয়ে এজাহাৰ দাখিল কৰাৰ লগে লগে এই বিষয়টো পোহৰলৈ আহে। চৈতনানন্দ সেই সময়ত লণ্ডনত আছিল যদিও তেওঁৰ শেষৰটো জনা স্থান আগ্ৰাত পোৱা গৈছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাশিত জামিন আবেদন দাখিল কৰিছিল যদিও পিছত প্ৰত্যাহাৰ কৰে।

তদন্তৰ সময়ত আন এক চাঞ্চল্যকৰ প্ৰকাশ হৈছে যে চৈতনানন্দাৰ ৰঙা বিলাসী ভলভো গাড়ীৰ পৰা ৰাষ্ট্ৰসংঘৰ ল’গ’ থকা কেইবাখনো ভুৱা নম্বৰ প্লেট উদ্ধাৰ কৰা হৈছে। তদন্তত নিশ্চিত কৰা হৈছে যে এই নম্বৰ প্লেটসমূহ ৰাষ্ট্ৰসংঘই জাৰি কৰা নাছিল আৰু অভিযুক্তই নিজেই ৰচনা কৰা হৈছে। তদন্তৰ বাবে আৰক্ষীয়ে জব্দ কৰিছে গাড়ীখন।

Tags: #Delhibaba swami chaitanyananda saraswatipatiala court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025