• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উদ্বিগ্ন ব্ৰিটেইন, বাংলাদেশ ভ্ৰমণলৈ অহা বৃটিছ নাগৰিকক সকীয়নী ব্ৰিটেইন চৰকাৰৰ

Nation NE by Nation NE
December 4, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
উদ্বিগ্ন ব্ৰিটেইন, বাংলাদেশ ভ্ৰমণলৈ অহা বৃটিছ নাগৰিকক সকীয়নী ব্ৰিটেইন চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ে বাংলাদেশত সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ব্ৰিটিছ নাগৰিকক সতৰ্ক কৰি দিয়ে।

ব্ৰিটেইনৰ বৈদেশিক, কমনৱেলথ এণ্ড ডেভেলপমেণ্ট অফিচৰ (এফচিডিঅ’) ৱেবছাইটত প্ৰকাশ পোৱা ভ্ৰমণ পৰামৰ্শত কোৱা হৈছে যে কিছুমান গোটে এনে লোকক লক্ষ্য কৰি লৈছে, যিসকলৰ দৃষ্টিভংগী আৰু জীৱনশৈলী ইছলামৰ বিপৰীত বুলি বিবেচনা কৰে।

ইয়াত কোৱা হৈছে যে, সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে মাজে মাজে আক্ৰমণ আৰু আৰক্ষী আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লোৱা হৈছে।ইয়াত বাংলাদেশ ভ্ৰমণ কৰা ব্ৰিটিছ নাগৰিকসকলক বিশেষকৈ আৰক্ষীৰ ভৱন আৰু ইয়াৰ আশে-পাশে সচেতন হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল।

চলিত বৰ্ষৰ জুলাই আৰু আগষ্ট মাহত হোৱা পৰিঘটনাবোৰ লক্ষ্য কৰি এফচিডিঅ’ই কয় যে, সমগ্ৰ বাংলাদেশতে ব্যাপক হিংসা সংঘটিত হৈছে, যাৰ ফলত বহুতো লোকৰ প্ৰাণহানি হোৱাৰ লগতে আৰু আহত হৈছে বহুতো।

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ে ব্ৰিটেইনৰ ভ্ৰমণকাৰীসকলক ৰাজপথত দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে আৰু যদিহে বিক্ষোভ হয় আৰম্ভ হয়, তেন্তে নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে।

ইফালে সোমবাৰে সংসদত ব্ৰিটেইনৰ সাংসদসকলে বাংলাদেশত সংখ্যালঘু লোকৰ বিৰুদ্ধে সংঘটিত হিংসাৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে।

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি বন্ধ কৰিবলৈ ব্ৰিটেইন চৰকাৰে কি কৰিছে সেয়াও তেওঁলোকে জানিব বিচাৰিছিল এফ চি ডি অ’ৰ ব্ৰিটেইনৰ সংসদীয় উপ-বিদেশ সচিব কেথেৰিন ৱেষ্টৰ পৰা।

ব্ৰেণ্ট ৱেষ্টৰ লেবাৰ সাংসদ বেৰী গাৰ্ডিনাৰে কয় যে, পূৰ্বৰ বাংলাদেশ চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত ২০০০ৰো অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে, ইয়াৰে অধিকাংশই সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱা হৈছে। বাংলাদেশত হিন্দু বিৰোধী হিংসা পুনৰাবৃত্তিমূলক ঘটনা।

গাৰ্ডিনাৰে হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত কয় আৰু তেওঁৰ সমষ্টিৰ লোকসকল এই বিষয়ত চিন্তিত হৈ পৰিছে।

ইফালে বিদেশ উপদেষ্টা তৌহিদ হোছেইনে কয় যে, ভাৰতীয় সংবাদ মাধ্যমৰ এটা অংশই বিশ্বব্যাপী প্ৰচাৰ চলাই আছে আৰু বাংলাদেশৰ ঘটনাক অতিৰঞ্জিত কৰিছে।

Tags: BangladeshBritishForeign

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025