• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি

Nation NE by Nation NE
December 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমন চলি আছে। ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰেছ সচিবৰ পৰা এটা ডাঙৰ বক্তব্য ওলাইছে।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত প্ৰেছ সচিব ছফিকুল ইছলামে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু হিংসাৰ ঘটনাক মানি লৈছে। সাক্ষাৎকাৰৰ সময়ত ছফিকুল ইছলামে কয় যে হয়, বাংলাদেশত একাংশ হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে কিছু হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এনেধৰণৰবোৰ ঘটনা সংঘটিত হোৱাটো মই অস্বীকাৰ কৰা নাই।

এই সন্দৰ্ভত তেওঁ কয় যে, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ডেৰ কোটি লোকে বাস কৰে। কিন্তু বাংলাদেশ হিংসাৰ এই ঘটনা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। তেওঁলোকৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনাক বহু ধৰণে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ কয়। সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰে বহু সিদ্ধান্ত লৈছে।

ইস্কন সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ স্থিতিও স্পষ্ট কৰি দিছে প্ৰেছ সচিব ছফিকুল আলমে। তেওঁ কয় যে, বাংলাদেশত ইস্কন নিষিদ্ধ কৰা নহ’ব। হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত ইস্কন নিষেধাজ্ঞা সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাক তেওঁ স্পষ্ট কৰি দিছে। সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে ইউনুছ চৰকাৰে বহু সিদ্ধান্ত লৈছে, দেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ডেৰ কোটি লোক বাস কৰে।

ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে, ইউনুছ চৰকাৰে বাংলাদেশত বসবাস কৰা হিন্দু আৰু সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। নিউয়ৰ্কৰ এক অনুষ্ঠানৰ সময়ত তেওঁ কয় যে ইউনুছ হৈছে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে, এই কাৰ্যসূচীৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল।

বাংলাদেশত শ্বেখ হাছিনাৰ পিছত গঠন হোৱা মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰত হিন্দুৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৃদ্ধি পাইছে, শেহতীয়াকৈ ইস্কনৰ চিন্ময় কৃষ্ণ দাসকো গ্ৰেপ্তাৰ কৰা হৈছে। হোয়াইট হাউছৰ মুখপাত্ৰই কয় যে, তেওঁৰ সঁহাৰি হিন্দুসকলৰ আৱেগ আৰু তেওঁলোকৰ সুৰক্ষাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।

মুখপাত্ৰ বেদান্ত পেটেলে কয় যে, বাংলাদেশ চৰকাৰে তাত বসবাস কৰা হিন্দু আৰু সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষা আৰু সন্মানৰ যত্ন ল’ব লাগে।

Tags: BangladeshChief ministerSheikh Hasina

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025