• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘দিল্লীও নহয় পিণ্ডীও নহয়, বাংলাদেশ প্ৰথম’, বাংলাদেশ নেতাৰ এই শ্লোগানে উত্তেজনা বৃদ্ধি কৰিলে ইউনুছ চৰকাৰৰ

Nation NE by Nation NE
May 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘দিল্লীও নহয় পিণ্ডীও নহয়, বাংলাদেশ প্ৰথম’, বাংলাদেশ নেতাৰ এই শ্লোগানে উত্তেজনা বৃদ্ধি কৰিলে ইউনুছ চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দেশত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বিৰোধী দলসমূহে অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰোধিতা কৰিছে। এনে পৰিস্থিতিত ইউনুছৰ সমস্যা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে।

বাংলাদেশৰ মূল বিৰোধী দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। মহম্মদ ইউনুছৰ বৈদেশিক নীতিক সমালোচনা কৰিছে দলটোৱে। বিএনপিৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰহমানে এক সমাৱেশত মহম্মদ ইউনুছক তীব্ৰ লক্ষ্য কৰি লয়।

ঢাকাৰ নয়াপল্টন এলেকাত আয়োজন কৰা এক বিশাল ৰেলীত তাৰিক ৰহমানে কয় যে দিল্লী নহয়, পিণ্ডী নহয়, বাংলাদেশ প্ৰথম। সমৰ্থকসকলকো একে শ্লোগান আওৰাই দিবলৈ কয়। তাৰিক ৰহমানৰ স্থিতি মহম্মদ ইউনুছৰ দৃষ্টিকোণৰ পৰা একেবাৰে পৃথক।

বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ ক্ষমতাত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক ভাল নাছিল। আনহাতে, মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখন ক্ষমতালৈ অহাৰ পৰাই বৈদেশিক নীতিৰ ক্ষেত্ৰত বেলেগ স্থিতি। ইউনুছে ৰোহিংগীয়া কৰিডৰৰ অনুমতি দিব বিচাৰে আৰু লগতে চিটাগং বন্দৰ বিদেশী প্ৰতিষ্ঠানক গতাই দিয়াৰ দৰে সিদ্ধান্তও ল’ব বিচাৰে।

তাৰিক ৰহমানে ইউনুছ চৰকাৰক লক্ষ্য কৰি কয় যে, যদি তেওঁলোকে বাংলাদেশৰ ভৱিষ্যতৰ দীৰ্ঘম্যাদী নীতিৰ সিদ্ধান্ত ল’ব বিচাৰে তেন্তে ক্ষমতা এৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উচিত।

তাৰিক ৰহমান বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিষয়ত অধ্যয়ন কৰা ৰহমানে তিনি দশকৰো অধিক সময় ৰাজনীতিত অব্যাহত ৰাখিছে। ২০০৯ চনত তেওঁক বিএনপিৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৮ চনত খালেদা জিয়া জেললৈ যোৱাৰ পিছত তেতিয়াৰ পৰাই তেওঁ বিএনপিৰ ভাৰপ্ৰাপ্ত সভাপতি পদত অধিষ্ঠিত হৈ আছে।

Tags: BangladeshBNPyunus

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025