• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

Nation NE by Nation NE
June 8, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ এপ্ৰিল মাহত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। কিন্তু খালেদা জিয়াৰ এই সিদ্ধান্তত সুখী নহ’ল খালেদা জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টি।

বিএনপিয়ে ২০২৫ চনৰ ডিচেম্বৰ মাহত নিৰ্বাচন আয়োজন কৰা সম্ভৱ বুলি কয়।তাৰ বাবে ২০২৬ চনৰ এপ্ৰিল মাহলৈ অপেক্ষা কৰিব নালাগে। বিএনপিৰ প্ৰধান সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰ বিএনপিৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমানৰ সমাধিস্থলত ঈদ-উল-ফিতৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল। তাতেই তেওঁ কয় যে, ডিচেম্বৰ মাহ নিৰ্বাচনৰ উপযুক্ত সময়। ইয়াৰ পূৰ্বেও এই দলটোৱে এক বিবৃতিত একে দাবী উত্থাপন কৰিছে।

ইয়াৰ মূলতঃ তিনিটা কাৰণ উল্লেখ কৰিছে বিএনপিয়ে। প্ৰথমতে তেওঁলোকে দাবী কৰে যে, এপ্ৰিল মাহৰ বতৰ নিৰ্বাচনৰ বাবে অনুকূল নহয়। সেই সময়ত গৰম বেছি হোৱাৰ বাবে কম চাপ আৰু ধুমুহাৰ আশংকাও থাকে।

দ্বিতীয়তে, ভোটদানৰ বাবে নিৰ্ধাৰিত সময় ৰমজান মাহৰ ঠিক পিছতেই। ফলত ৰোজাৰ সময়ছোৱাত নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব। যিয়ে ৰাজনৈতিক দলসমূহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

তৃতীয়তে, এপ্ৰিল মাহত বাংলাদেশত একাধিক পৰীক্ষা হয়। বিএনপিয়েও সেই কথা মনত ৰাখিবলৈ অনুৰোধ জনাইছে। দশম আৰু দ্বাদশ পৰীক্ষাৰ বাবেও নিৰ্বাচনত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এইবোৰ কথা মনত ৰাখি বিএনপিয়ে দাবী কৰিছে যে, ডিচেম্বৰ মাহত ভোটদানৰ বাবে আদৰ্শ আৰু উপযুক্ত সময়। ইয়াৰ ফলত ৰাইজৰ সমস্যা হ্ৰাস পাব। বাংলাদেশৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, মীৰ্জা ফখৰুলে শনিবাৰে কয় যে, নিৰ্বাচনৰ বাবে যি সময় নিৰ্ধাৰণ কৰা হৈছে, বাংলাদেশত নিৰ্বাচনৰ বাবে সেয়া উপযুক্ত সময় নহয়। সেই সময়ত গৰম অতিপাত হয় আৰু ধুমুহাৰো সম্ভাৱনা থাকে। সেই সময়টো ৰমজানৰ ঠিক পিছতেই।পৰীক্ষাও আছে।সেয়েহে ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাটো তেওঁলোকে উপযুক্ত বুলি ভাৱে।

২০২৪ চনৰ আগষ্ট মাহত জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ হেঁচাত শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত নোবেল বিজয়ী ইউনুছৰ নেতৃত্বত বাংলাদেশত ৮ আগষ্টত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। কোৱা হৈছিল যে বাংলাদেশত প্ৰয়োজনীয় সংস্কাৰ কৰি অন্তৱৰ্তীকালীন চৰকাৰে সাধাৰণ নিৰ্বাচনৰ আয়োজন কৰিব আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ব। সেই নিৰ্বাচনত পলম হোৱাক লৈ ৰাজনৈতিক দলসমূহে ক্ষোভ প্ৰকাশ কৰিছে।

Tags: BangladeshSheikh Hasinayunus

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025