• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অগ্নিগৰ্ভা বাংলাদেশ : নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি, নিহত ১০৫ জন

Nation NE by Nation NE
July 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অগ্নিগৰ্ভা বাংলাদেশ : নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি, নিহত ১০৫ জন
Share on FacebookShare on TwitterWhatsApp

অধিক ভয়াবহ হৈছে বাংলাদেশৰ পৰিস্থিতি। সংৰক্ষণ ব্যৱস্থাক লৈ বাংলাদেশৰ শিক্ষাৰ্থী সমাজে অব্যাহত ৰাখিছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদৰ ফলত বৰ্তমানলৈ বাংলাদেশত ১০৫ গৰাকী লোকৰ মৃত্যু হৈছে। এই প্ৰতিবাদত আহত হৈছে প্ৰায় ২৫০০ লোক।

ইফালে, প্ৰতিবাদকাৰীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বাংলাদেশতে সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে।

আনহাতে শুকুৰবাৰে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীবৰ্ষণ কৰাৰ খবৰ আহিছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বৰ্তমানলৈ ১০৫ গৰাকী লোকৰ মৃত্যু হৈছে। চুবুৰীয়া ৰাষ্ট্ৰখনত হৈ থকা হিংসাত্মক প্ৰতিবাদৰ মাজতে ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে স্ব-গৃহলৈ উভতি আহিছে।

প্ৰতিবাদৰ আৰম্ভণিঃ

১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল। বাংলাদেশৰ বাতৰি কাকত ‘দ্য ডেইলী ষ্টাৰ’ৰ প্ৰতিবেদন অনুসৰি, স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বাংলাদেশত ৮০ শতাংশ কোটা প্ৰণালী কাৰ্যকৰী কৰা হয়।  চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামীসকলৰ সন্তানক ৩০% সংৰক্ষণ দিয়া হৈছিল, পিছপৰা জিলাৰ বাবে ৪০%, মহিলাৰ বাবে ১০%। সাধাৰণ শিক্ষাৰ্থীসকলৰ বাবে মাত্ৰ ২০% আসন ৰখা হৈছিল।

আনহাতে, ১৯৭৬ চনত পিছ পৰা জিলাৰ বাবে সংৰক্ষণ ২০% লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ ফলত সাধাৰণ শিক্ষাৰ্থীসকল ৪০% আসনলৈ বৃদ্ধি হয়। ১৯৮৫ চনত পিছ পৰা জিলাৰ বাবে সংৰক্ষণ আৰু ১০% লৈ হ্ৰাস কৰা হৈছিল আৰু সংখ্যালঘুসকলৰ বাবে ৫% কোটা যোগ কৰা হৈছিল। ইয়াৰ ফলত সাধাৰণ শিক্ষাৰ্থীৰ আসনৰ সংখ্যা ৪৫% লৈ বৃদ্ধি হয়।

প্ৰথমতে, কেৱল স্বাধীনতা সংগ্ৰামীসকলৰ পুত্ৰ আৰু কন্যাসকলক সংৰক্ষণ দিয়া হৈছিল কিন্তু ২০০৯ চনৰ পৰা নাতি-নাতিনীসকলকো সংৰক্ষণৰ আওতালৈ অনা হৈছিল। ২০১২ চনত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলৰ বাবে ১% কোটা যোগ কৰা হৈছিল। যাৰ ফলত সৰ্বমুঠ কোটা ৫৬% হৈছিল।

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে  চৰকাৰে কোটা প্ৰণালী বন্ধ কৰিছিল। ২০১৮ চনত ৪ মাহ ধৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনৰ পিছত শ্বেখ হাছিনা চৰকাৰে কোটা প্ৰণালী বাতিল কৰিছিল। কিন্তু চলিত বৰ্ষৰ ৫ জুনত উচ্চতম ন্যায়ালয়ে চৰকাৰক পুনৰ সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছৰে পৰা বাংলাদেশত প্ৰতিবাদৰ আৰম্ভণি হৈছিল।

১০৫ জনৰ মৃত্যুঃ

চিকিৎসালয়ৰ তথ্য অনুসৰি, আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত ১০৫ জন লোক নিহত হৈছে। ২,৫০০ ৰো অধিক লোক আহত হৈছে প্ৰতিবাদত। বাংলাদেশৰ এটা টেলিভিছন চেনেলে ১৭ জন লোকৰ মৃত্যুৰ খবৰ দিছিল। চময় টিভিয়ে ৩০ জন লোকৰ মৃত্যুৰ দাবী কৰিছিল। একেদৰে এজন এছ’চিয়েটেড প্ৰেছ সাংবাদিকে ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ২৩ টা মৃতদেহৰ বাতৰি দিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ২২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।

৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰত্যাগমনঃ

প্ৰতিবাদৰ ফলত প্ৰভাৱিত হৈছে ভাৰতীয় শিক্ষাৰ্থী। বৰ্তমানলৈ ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থী বাংলাদেশৰ পৰা উভতি আহিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কৈছিল যে, ভাৰতীয় শিক্ষাৰ্থীসকলক ডকি ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে বাংলাদেশৰ পৰা ওভতাই অনা হৈছে। তেওঁলোকৰ প্ৰায় ৮০ জন মেঘালয়ৰ আৰু বাকীবোৰ আন ৰাজ্যৰ বুলি মেঘালয় প্ৰশাসনে জনাইছে। নেপাল, ভূটানৰো কিছু শিক্ষাৰ্থী আৰু পৰ্যটকক স্থানান্তৰ কৰা হৈছে।

আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাংলাদেশৰ ইষ্টাৰ্ণ মেডিকেল কলেজত প্ৰায় ৩৬ জন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। আমি তাত থকা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছো। শীঘ্ৰেই আমি আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম।

Tags: BangladeshEvacuatedProtestsStudents Protests

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025