• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২২ বছৰৰ পিছত বাংলাদেশৰ হাতত বিধ্বস্ত পাকিস্তান; শোচনীয় প্ৰদৰ্শনত ক্ষুব্ধ অনুৰাগী

Nation NE by Nation NE
September 3, 2024
in Top News, ক্ৰীড়া
0 0
২২ বছৰৰ পিছত বাংলাদেশৰ হাতত বিধ্বস্ত পাকিস্তান; শোচনীয় প্ৰদৰ্শনত ক্ষুব্ধ অনুৰাগী
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ বিৰুদ্ধে একেৰাহে দুখন টেষ্ট মেচ জয়ী হৈ ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে। দুখন টেষ্টৰ শৃংখলা দখল কৰি ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা বাংলাদেশে ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে এটাও শৃংখলা দখল কৰিব পৰা নাছিল।

অৱশেষত শৃংখলা দখলৰ ২২ বছৰীয়া খৰাং আঁতৰাই পাকিস্তানৰ বিৰুদ্ধে আধিপত্য প্ৰতিষ্ঠা কৰা বাংলাদেশ দলটোৱে সম্প্ৰতি ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞসকলৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

ইয়াৰ পূৰ্বে বাংলাদেশে প্ৰথমখন টেষ্ট মেচত ১০ উইকেটত জয়লাভ কৰি পাকিস্তানক একপ্ৰকাৰ লজ্জানত কৰিছিল।

উল্লেখ্য যে, ২০০২ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশ আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল দ্বিপাক্ষিক টেষ্ট শৃংখলা। ইয়াৰ পিছত দুয়োটা দলৰ মাজত মুঠ ৬টা শৃংখলা অনুষ্ঠিত হৈছে যদিও প্ৰতিবাৰেই পাকিস্তানৰ দলটোৱে জয়লাভ কৰি আহিছিল।

কিন্তু আজি সমাপ্ত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাটোত বাংলাদেশে প্ৰথমখন টেষ্ট মেচত ১০ উইকেটত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্ট মেচত ৬ উইকেটত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে।

উল্লেখ্য যে, দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা পাকিস্তানে ২৭৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাংলাদেশে প্ৰথম ইনিংছত মাত্ৰ ২৬২ ৰানহে কৰিব পাৰিছিল আৰু পাকিস্তানে ১২ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰিছিল।

কিন্তু বাংলাদেশৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি পাকিস্তান দলে দ্বিতীয় ইনিংছত মাত্ৰ ১৭২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ শোচনীয় বেটিং প্ৰদৰ্শনৰ বাবে বাংলাদেশ দলে লাভ কৰে মাত্ৰ ১৮৫ ৰানৰ লক্ষ্য আৰু আলহী দলটোৱে ৬ উইকেট হেৰুৱাইয়ে এই সহজ লক্ষ্যত উপনীত হয়।

Tags: Bangladesh CricketPakistan CricketTest MatchTest Series

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025