• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 30, 2025
26 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, ৰিঅ’ ডি জেনেইৰ’ত ১৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

Nation NE by Nation NE
October 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, ৰিঅ’ ডি জেনেইৰ’ত ১৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ত ২৮ অক্টোবৰত আৰক্ষীৰ এক বৃহৎ অভিযান আৰম্ভ হয়। প্ৰায় ২৫০০ আৰক্ষী বিষয়া এই অভিযানত জড়িত আছিল। এই অভিযানৰ মূল লক্ষ্য আছিল বহু বছৰ ধৰি সক্ৰিয় হৈ থকা ড্ৰাগছ গেং ৰেড কমাণ্ডৰ বিৰুদ্ধে।

পুৱাৰে পৰা আৰম্ভ হোৱা এই অভিযানত আৰক্ষীয়ে হেলিকপ্টাৰ আৰু সাজসজ্জিত বাহন লৈ কেইবাটাও অঞ্চলত প্ৰৱেশ কৰে। নিৰাপত্তা বাহিনীয়ে আগবাঢ়ি যাবলৈ ধৰাৰ লগে লগে গেংৰ সদস্যই আৰক্ষীৰ ওপৰত তীব্ৰ গুলীচালনা কৰে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা যুদ্ধৰ ফলত ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত চাৰিজন আৰক্ষীও থকা বুলি জানিব পৰা গৈছে।

কেইবাটাও অঞ্চলত ৰাজপথত মৃতদেহ আৱৰ্জনা হৈ পৰাত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিয়ালৰ লোকে অভিযোগ কৰে যে আৰক্ষীয়ে নিৰীহ দৰ্শকৰ ওপৰতো গুলীচালনা কৰে। কেইবাটাও পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰি নিহতসকলৰ মৃতদেহ ৰাজপথত ৰাখি এই কাৰ্যক হত্যাকাণ্ড বুলি অভিহিত কৰে।

ৰিঅ’ আৰক্ষীয়ে এক বিবৃতিত কয় যে এই অভিযান নিচাযুক্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে। তেওঁলোকৰ মতে, যোৱা কেইমাহমানৰ পৰা ৰেড কমাণ্ডে প্ৰতিদ্বন্দ্বী গেং থাৰ্ড পিউৰ কমাণ্ড (টিচিপি)ৰ ভূখণ্ড দখল কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছিল। আৰক্ষীয়ে জনোৱা মতে, এই দলটোৰ হাতত আছিল অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, গ্ৰেনেড, ড্ৰ’ন। আৰক্ষীৰ এগৰাকী মুখপাত্ৰৰ মতে, অসামৰিক অঞ্চলত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই চক্ৰসমূহৰ আত্মগোপন স্থানসমূহ নিৰ্মূল কৰাৰ উদ্দেশ্য আছিল।

ৰিঅ’ ডি জেনেইৰ’ দীৰ্ঘদিন ধৰি ড্ৰাগছ লৰ্ড আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ বাবে কুখ্যাত। ফেভেলাসমূহত অসংখ্য অপৰাধী সংগঠনে কাম কৰে, ৰেড কমাণ্ডো আটাইতকৈ পুৰণি আৰু প্ৰভাৱশালী। ই কেৱল ড্ৰাগছ ব্যৱসায়েই নহয়, বিদ্যুৎ, পানী, নিৰাপত্তাৰ দৰে স্থানীয় সেৱাসমূহকো নিয়ন্ত্ৰণ কৰে। এই গেং যুদ্ধত প্ৰতি বছৰে শ শ সাধাৰণ নাগৰিকৰ মৃত্যু হয়। আৰক্ষীৰ অভিযান প্ৰায়ে হিংসাত্মক পৰিস্থিতিত পৰিণত হয় যে নিৰীহ দৰ্শকসকলো ভুক্তভোগী হৈ পৰে।

Tags: BazilPoliceRio De Janeiro

Related Posts

চিনেমাৰ দৰে এক ঘটনা! এটা অট্টালিকাত একেলগে ২০টি শিশুৰ সৈতে ভয়ানক কাণ্ড…
Top News

চিনেমাৰ দৰে এক ঘটনা! এটা অট্টালিকাত একেলগে ২০টি শিশুৰ সৈতে ভয়ানক কাণ্ড…

October 30, 2025
ৰাছিয়াৰ এই পদক্ষেপে  ক্ষুব্ধ কৰিছে আমেৰিকাক! ট্ৰাম্পে জাৰি কৰিছে বৃহৎ পাৰমাণৱিক অস্ত্ৰৰ আদেশ…

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

October 30, 2025
বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…
Top News

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

October 30, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 30, 2025

শীৰ্ষ সংবাদ

চিনেমাৰ দৰে এক ঘটনা! এটা অট্টালিকাত একেলগে ২০টি শিশুৰ সৈতে ভয়ানক কাণ্ড…

ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, ৰিঅ’ ডি জেনেইৰ’ত ১৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ৰাছিয়াৰ এই পদক্ষেপে ক্ষুব্ধ কৰিছে আমেৰিকাক! ট্ৰাম্পে জাৰি কৰিছে বৃহৎ পাৰমাণৱিক অস্ত্ৰৰ আদেশ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025