• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেষ্ট ক্ৰিকেটত বেন ডাকেটৰ ধুমুহা; নিমিষতে ভাঙিলে খোৱাজা আৰু ক্ৰ’লিৰ অভিলেখ

Nation NE by Nation NE
September 7, 2024
in Top News, ক্ৰীড়া
0 0
টেষ্ট ক্ৰিকেটত বেন ডাকেটৰ ধুমুহা; নিমিষতে ভাঙিলে খোৱাজা আৰু ক্ৰ’লিৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ড ক্ৰিকেট দলৰ অপেনিং বেটছমেন বেন ডাকেটৰ অব্যাহত আছে দৰ্শনীয় বেটিং। শুকুৰবাৰ অৰ্থাত ৬ ছেপ্টেম্বৰত তেওঁ নিজৰ দলৰ হৈ আন এক উৎকৃষ্ট ইনিংছ খেলে। ইয়াৰ লগে লগে তেওঁ নিজ দেশৰে জেক ক্ৰ’লি আৰু অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খোৱাজাক অতিক্ৰম কৰি ২০২৩-২০২৫ চনৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

শ্ৰীলংকাৰ সৈতে চলি থকা দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৫ম স্থানত আছিল ডাকেট। কিন্তু কালি ৮৬ ৰানৰ অৰ্ধশতকৰ ইনিংছ খেলি তৃতীয় স্থানত উপনীত হয়।

কেৱল এয়াই নহয় ডাকেটৰ দুৰ্দান্ত প্ৰদৰ্শনে এতিয়া ভাৰতৰ অপেনিং বেটছমেন যশস্বী জয়ছোৱালৰ বাবে সংকট নামি আহিছে। সম্প্ৰতি ভাৰতৰ এইগৰাকী বাঁওহতীয়া বেটছমেন ২০২৩-২০২৫ বৰ্ষৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে।

জয়ছোৱালে ৯খন মেচৰ ১৬টা ইনিংছত ৬৮.৫৩ গড়ে ১০২৮ ৰান সংগ্ৰহ কৰে। আনহাতে ডাকেটে ২৯টা ইনিংছত ১০২১ ৰান সংগ্ৰহ কৰিছে। চলি থকা টেষ্ট মেচখনৰ দ্বিতীয় ইনিংছত যদি তেওঁ আৰু ৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেন্তে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত জয়ছৱালক অতিক্ৰম কৰিব।

বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে ইংলেণ্ড ক্ৰিকেট দলৰ অভিজ্ঞ বেটছমেন জ’ ৰুটৰ নামত। চলি থকা ছিজনত তেওঁ ১৬ খন মেচ খেলিছে। তেওঁ ২৮টা ইনিংছত ৫৫.৪৪ গড়ে ১৩৮৬ ৰান সংগ্ৰহ কৰিছে।

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ৫ জন বেটছমেন

১৩৮৬ – জ’ ৰুট

১০২৮ – যশস্বী জয়ছোৱাল

১০২১ – বেন ডাকেট

৯৮৪ – জেক ক্ৰ’লি

৯৪৩ – উছমান খোৱাজা

Tags: Ben DuckettTest CricketUsman KhawajaZak Crawley

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025