• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

Nation NE by Nation NE
July 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ
Share on FacebookShare on TwitterWhatsApp

বিজেপি নেতৃত্বাধীন উত্তৰাখণ্ড চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক শিকোৱা হ’ব। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

উত্তৰাখণ্ডৰ শিক্ষা বিভাগে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত মৰ্মে অতি শীঘ্ৰেই ৰাজ্যখনৰ ১৭ হাজাৰ চৰকাৰী বিদ্যালয়ত এই নতুন নিয়ম প্ৰযোজ্য হ’ব।

উত্তৰাখণ্ড ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে মাদ্ৰাছা বোৰ্ডৰ অধ্যক্ষ মুফটি চামুন কাজমীয়ে।

মাদ্ৰাছা বোৰ্ডৰ প্ৰদেশ অধ্যক্ষ মুফটি চামুন কাজমীয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক উচ্চ প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ দিশে আগবাঢ়িছে। আনন্দৰ খবৰ এয়াই যে এতিয়াৰ পৰা বিদ্যালয়সমূহত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক শিকোৱা হ’ব।

তেওঁ লগতে কয় যে মাদ্ৰাছাসমূহত সংস্কৃত প্ৰৱৰ্তনৰ বাবে অৰ্থাত পাঠদানৰ বাবে সংস্কৃত বিভাগৰ সৈতে বুজাবুজিৰ চুক্তি কৰিবলৈ যি সিদ্ধান্ত লৈছিলো, সেয়া এই উদ্দেশ্যে লোৱা হৈছে।

এই সন্দৰ্ভত মুফটি চামুন কাজমীয়ে কয় যে এই সিদ্ধান্তই সাম্প্ৰদায়িক সম্প্ৰীতিও শক্তিশালী কৰিব আৰু ৰাজ্যখন আগবাঢ়ি যোৱাত সহায়ক হ’ব। যিসকলে আমাৰ মাজত দূৰত্ব সৃষ্টি কৰিব বিচাৰি আছিল তেওঁলোক নিজেই আঁতৰি যাবলৈ বাধ্য হ’ব আৰু আমিও এইবোৰৰ পৰা মাদ্ৰাছাৰ ল’ৰা-ছোৱালীক উপকৃত কৰি আছো।

ইফালে ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ত ভাগৱত পাঠদানৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীয়ে কয়, ‘ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া জ্ঞান সন্নিবিষ্ট কৰা পবিত্ৰ গ্ৰন্থ ভাগৱত গ্ৰন্থ, যিটো ব্যক্তিক ভালদৰে পঢ়িলে গোটেই জীৱন উপযোগী। আমি শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত সিদ্ধান্ত লৈছিলো যে ৰাজ্যৰ সকলো বিদ্যালয়তে গীতা পাঠদান কৰা হ’ব আৰু এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।’

Tags: Bhagwat GeetaMadrasaUttarakhand

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025