• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ২৮ জন লোকৰ; কেইবাজনৰো অৱস্থা সংকটজনক

Nation NE by Nation NE
October 17, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ২৮ জন লোকৰ; কেইবাজনৰো অৱস্থা সংকটজনক
Share on FacebookShare on TwitterWhatsApp

বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেইবাজনো লোকৰ। বিহাৰত বিষাক্ত সুৰা সেৱনৰ ফলত প্ৰায় ২৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লাভ কৰা তথ্য অনুসৰি ছিৱান আৰু ছাপৰা জিলাত এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি ছিৱানত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছাপৰাত ৮ জন লোকৰ মৃত্যু হৈছে। বিষাক্ত সুৰা সেৱনৰ ফলত আন বহু লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি বিষাক্ত সুৰা সেৱনৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলৰ অৱস্থা অতি সংকটজনক।

ইফালে এই ট্ৰেজিক ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰত্নেশ ছাদাই এক অদ্ভুট মন্তব্য আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে এয়া প্ৰশাসনিক ব্যৰ্থতা নহয় বুলি উল্লেখ কৰে। ইমানবোৰ মানুহৰ মৃত্যুৰ পিছতো এয়া প্ৰশাসনিক বিফলতা নহয় বুলি উল্লেখ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৱশ্যে মন্ত্ৰীগৰাকীয়ে সুৰা মাফিয়া সকলৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ আইন (চিচিএ) জাপি দিয়া হ’ব বুলি ডাঙৰ মন্তব্য কৰে।

Tags: BiharHooch Tragedy

Related Posts

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025