• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 15, 2025
26 °c
Guwahati
25 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য

    ৰাশিফলঃ দেওবাৰৰ দিনটোত এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ‘সংগীত হৈ পৰিল সাধনা, সংকল্প হৈ পৰিল বাৰ্তা’, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত নৰেন্দ্ৰ মোদী

    ‘মই আপোনালোকৰ লগত আছো…’, মণিপুৰবাসীক প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘অনিয়ম হ’লেই বাতিল কৰা হ’ব সমগ্ৰ প্ৰক্ৰিয়া’, SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য

      Nation NE by Nation NE
      September 15, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ‘অনিয়ম হ’লেই বাতিল কৰা হ’ব সমগ্ৰ প্ৰক্ৰিয়া’, SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য
      Share on FacebookShare on TwitterWhatsApp

      বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে ডাঙৰ মন্তব্য। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম-কাজত যদি কোনো অনিয়ম দেখা যায়, তেন্তে সমগ্ৰ প্ৰক্ৰিয়াটোৱেই বাতিল কৰা হ’ব বুলি মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

      এই বিষয়টো সন্দৰ্ভত এতিয়া অহা ৭ অক্টোবৰত চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব।

      ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্যা বাগচীৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিছিল। বিচাৰপীঠে কয় যে যদি এছ আই আৰ প্ৰক্ৰিয়াত সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ লগত আপোচ কৰা হয়, তেন্তে সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি ঘোষণা কৰা হ’ব।

      বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে আদালতে বিহাৰৰ এছ আই আৰ সন্দৰ্ভত যি সিদ্ধান্ত ল’ব, সেয়া সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব।

      আদালতে লগতে কয় যে আমি টুকুৰা টুকুৰকৈ আদেশ বা নিৰ্দেশ দিব নোৱাৰো। বিহাৰ SIR সন্দৰ্ভত দিয়া চূড়ান্ত সিদ্ধান্তটোৱে সমগ্ৰ দেশত প্ৰযোজ্য হ’ব।

      ইফালে ৭ অক্টোবৰত হ’বলগীয়া চূড়ান্ত শুনানিৰ সময়ত বিহাৰৰ এছ আই আৰ আৰু দেশজুৰি এছ আই আৰৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আবেদনকাৰীসকলে নিজৰ যুক্তি দাঙি ধৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে জনাইছে।

      ইয়াৰ সমান্তৰালভাৱে ৮ ছেপ্টেম্বৰৰ নিৰ্দেশ প্ৰত্যাহাৰৰ বাবে আদালতে এখন জাননী জাৰি কৰিছে, য’ত নিৰ্বাচন আয়োগক বিহাৰ এছ আই আৰত আধাৰ কাৰ্ডক ১২ সংখ্যক প্ৰয়োজনীয় নথি হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

      Tags: BiharSIRSupreme CourtVoter List

      Related Posts

      এছিয়া কাপৰ মাজতেই মহম্মদ ছিৰাজলৈ আহিল ভাল খবৰ…
      Top News

      এছিয়া কাপৰ মাজতেই মহম্মদ ছিৰাজলৈ আহিল ভাল খবৰ…

      September 15, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 14, 2025
      এইবাৰ অত্যন্ত শীতত কঁপিব ভাৰতবাসী,  কিয় ইমান সঘনাই সলনি হৈছে বতৰ? জানক সম্পূৰ্ণ তথ্য…
      Top News

      এইবাৰ অত্যন্ত শীতত কঁপিব ভাৰতবাসী, কিয় ইমান সঘনাই সলনি হৈছে বতৰ? জানক সম্পূৰ্ণ তথ্য…

      September 14, 2025
      ‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য
      Top News

      ‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য

      September 14, 2025
      মাহীয়েকৰ ঘৰলৈ গৈ থকা সময়তে দুই নাবালিকা ভগ্নীৰ সৈতে জঘন্য কাণ্ড, জানক সবিশেষ তথ্য…

      ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্কত ক্ষুন্ন ট্ৰাম্প; ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক
      Top News

      আমেৰিকাৰ সৈতে ডাঙৰ চুক্তি! শুল্ক ভাবুকিৰ মাজতে ট্ৰাম্পে সাগৰত বৃদ্ধি কৰিব ভাৰতৰ আধিপত্য

      September 14, 2025

      শীৰ্ষ সংবাদ

      ‘অনিয়ম হ’লেই বাতিল কৰা হ’ব সমগ্ৰ প্ৰক্ৰিয়া’, SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য

      এছিয়া কাপৰ মাজতেই মহম্মদ ছিৰাজলৈ আহিল ভাল খবৰ…

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      এইবাৰ অত্যন্ত শীতত কঁপিব ভাৰতবাসী, কিয় ইমান সঘনাই সলনি হৈছে বতৰ? জানক সম্পূৰ্ণ তথ্য…

      ‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য

      মাহীয়েকৰ ঘৰলৈ গৈ থকা সময়তে দুই নাবালিকা ভগ্নীৰ সৈতে জঘন্য কাণ্ড, জানক সবিশেষ তথ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist