• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

Nation NE by Nation NE
August 2, 2025
in Top News, BIG BREAKING, অসম
0 0
এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী জিলাৰ বিলাসীপাৰা, গোৱালপাৰাৰ পাইকান আৰু উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলড’জাৰ। ইতিমধ্যে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰি থকা ননকে জাপৰিগুৰিৰ ৩০৭ টা সংখ্যালঘু পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছে।

এই পৰিয়াল কেইটাই চৰকাৰী গো-চৰনীয়া পথাৰৰ মাটি বেদখল কৰি আছে বুলি অভিযোগ উত্থাপন হৈছে। প্ৰশাসনৰ জাননী অনুসৰি এই পৰিয়াল কেইটাক অহা ১৫ দিনৰ ভিতৰত চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। চৰকাৰী জাননী অনুসৰি অঞ্চলটোত অবৈধভাৱে নিৰ্মাণ কৰা এটা মছজিদ এটা আৰু এখন কৱৰস্থানত উচ্ছেদ চলিব।

ইফালে জাননী লাভ কৰাৰ পিছতে একাংশ লোকে দাবী কৰা অনুসৰি গৰাখহনীয়াত নিজৰ মাটি-ভেটি হেৰুওৱাৰ বাবেহে চৰকাৰী ভূমিত ঘৰ-দুৱাৰ বনাই আশ্ৰয় গ্ৰহণ কৰি আছিল।

ইয়াৰ উপৰি জাননী লাভ কৰা লোকে চৰকাৰক পুনৰ সংস্থাপনৰ বাবেও দাবী জনাইছে।

জাননী সন্দৰ্ভত এজন বিভাগীয় লোকে কয় যে আজিৰ ভিতৰত আমি জাননী প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। ১৫ দিনৰ ভিতৰত যদি তেওঁলোকে ভূমি খালী নকৰে তেন্তে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।

Tags: BiswanathEviction DriveNonkejapori Guri

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025