• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
29 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দক্ষিণ কোৰিয়া-জাপানত ৰোড শ্ব’ৰ পৰিকল্পনা বিজেপিৰ; বিদেশৰ বিনিয়োগকাৰীক জনাব আমন্ত্ৰণ

      Nation NE by Nation NE
      September 4, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      দক্ষিণ কোৰিয়া-জাপানত ৰোড শ্ব’ৰ পৰিকল্পনা বিজেপিৰ; বিদেশৰ বিনিয়োগকাৰীক জনাব আমন্ত্ৰণ
      Share on FacebookShare on TwitterWhatsApp

      প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য়ায়ত ৰোড শ্ব’ কৰিব বিজেপিয়ে। বিজেপি চৰকাৰে নিযুক্তি আৰু ৰপ্তানি বৃদ্ধিৰ বাবে এই পৰিকল্পনা কৰিছে।

      ৰাজস্থান চৰকাৰে লৈছে এই সিদ্ধান্ত। ৰাজ্যখনলৈ বিনিয়োগ অনা আৰু নিযুক্তি সৃষ্টি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান বিজেপিয়ে।

      ‘ৰাইজিং ৰাজস্থান’ অভিযানৰ অধীনত আয়োজন কৰা হ’ব আৰু ইয়াৰ উদ্দেশ্য হ’ব ৰাজ্যখনত বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰা।

      দক্ষিণ কোৰিয়া আৰু জাপানকে ধৰি কেইবাখনো দেশত ‘ৰোড শ্ব’ অনুষ্ঠিত কৰা হ’ব। ৰাজস্থান চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে এই কথা।

      ৯ ৰ পৰা ১১ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া ‘ৰাইজিং ৰাজস্থান’ বিনিয়োগকাৰী সন্মিলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই কথা কয়। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘ৰাইজিং ৰাজস্থান’ সন্মিলনে ৰাজস্থানত বিনিয়োগৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।

      কেতিয়া হ’ব ৰোড শ্ব

      ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই কয় যে, ‘ৰাইজিং ৰাজস্থান’ সন্মিলনৰ জৰিয়তে ৰাজস্থানত নিযুক্তি আৰু বিনিয়োগকাৰী বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হৈছে। যাৰবাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোড শ্ব ৯-১০ ছেপ্তেম্বৰত দক্ষিণ কোৰিয়াত আৰু ১১-১৩ ছেপ্তেম্বৰত জাপানত ৰোড শ্ব কৰিব ৰাজস্থান বিজেপিয়ে। এই ৰোড শ্ব’ৰ জৰিয়তে বিনিয়োগকাৰীসকলক আন্তঃগাঁথনি, ৰাসায়নিক পদাৰ্থ, অটোমোবাইল, ইলেক্ট্ৰনিক্স আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ দৰে খণ্ডত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব।

      ইউৰোপতো অনুষ্ঠিত হ’ব ৰোড শ্ব’

      মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্য চৰকাৰে অনাগত দিনত ইউকে, জাৰ্মানী আৰু ইউএইৰ দৰে কেইবাখনো দেশত একে ধৰণৰ ৰোড শ্ব’ৰ আয়োজন কৰিব। এই মাহত ৰাজ্য চৰকাৰে দিল্লীত এটা ৰোড শ্ব’ আয়োজন কৰিবলৈ গৈ আছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি কৰি উৎপাদন আৰু নিযুক্তি দ্ৰুত কৰা।

      ৪.৫ লাখ কোটি বিনিয়োগ অনাৰ প্ৰস্তুতি চৰকাৰৰ

      এই ৰোড শ্ব’ৰ উদ্দেশ্য হৈছে ৰাজ্যখনত ৪.৫ লাখ কোটি টকাৰ বিনিয়োগ অনা। দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই ব্যৱসায়ীসকলক সাক্ষাৎ কৰিব।

      মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে, তেওঁৰ প্ৰথম লক্ষ্য হৈছে ৰাজ্যখনত ব্যৱসায়-অনুকূল পৰিৱেশ সৃষ্টি কৰা। ইয়াৰ বাবে বিভিন্ন স্তৰত পৰিৱৰ্তন কৰা হৈছে। পৰৱৰ্তী ৫ বছৰত আমি ৰাজস্থানক ৩৫০ বিলিয়ন ডলাৰৰ অৰ্থনীতি তৈয়াৰ কৰাৰ লক্ষ্য লৈছো।

      Tags: #AssamIndiaJapanRajasthan

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist