• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, August 2, 2025
28 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ভয়ংকৰ বিস্ফোৰণ; ৫টি শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত ১২

      Nation NE by Nation NE
      August 2, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ভয়ংকৰ বিস্ফোৰণ; ৫টি শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত ১২
      Share on FacebookShare on TwitterWhatsApp

      পাকিস্তানৰ অশান্ত অঞ্চল খাইবাৰ পখতুনখোৱা প্ৰদেশৰ লক্কি মাৰৱাট জিলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এটা পুৰণি মৰ্টাৰ শ্বেল বিস্ফোৰণৰ ফলত ৫টি শিশু নিহত হোৱাৰ লগতে আন ১২টি শিশু গুৰুতৰভাৱে আহত হয়। পাকিস্তান আৰক্ষীয়ে প্ৰদান কৰিছে এই তথ্য।

      জানিব পৰা অনুসৰি, এটি শিশুৰ দলে পাহাৰীয়া অঞ্চলত বিস্ফোৰণ নোহোৱা মৰ্টাৰৰ গোলা এটা উদ্ধাৰ কৰি নিজৰ গাঁৱলৈ লৈ আহে। পিছত শিশুকেইটাই বোমাটো লৈ খেলিবলৈ আৰম্ভ কৰাত হঠাতে মৰ্টাৰটো বিস্ফোৰণ ঘটে। বিস্ফোৰণত থিতাতে মৃত্যু হয় ৫টা শিশুৰ। আনহাতে এই বিস্ফোৰণ ফলত আন ১২ জন শিশুও আহত হয়।

      এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ মৃত আৰু আহতসকলক উদ্ধাৰ কৰি ওচৰৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

      ইফালে হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি, বিস্ফোৰণত আহত হোৱা কেইবাটাও শিশুৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। সম্প্ৰতি এই বিস্ফোৰণক লৈ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে।

      Tags: bomb blastKhyber PakhtunkhwaPakistan

      Related Posts

      ‘অপাৰেশ্যন আখাল’; কুলগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মৃত্যু দুজন সন্ত্ৰাসবাদী
      Top News

      ‘অপাৰেশ্যন আখাল’; কুলগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মৃত্যু দুজন সন্ত্ৰাসবাদী

      August 2, 2025
      মহিলাৰ সৈতে কু-কাণ্ড কৰা দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড
      Top News

      মহিলাৰ সৈতে কু-কাণ্ড কৰা দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড

      August 2, 2025
      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী
      Top News

      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

      August 2, 2025
      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক
      Top News

      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

      August 2, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 2, 2025
      অনিল আম্বানীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি; ৫ আগষ্টত হাজিৰ লাগিব ED কাৰ্যালয়ত

      August 1, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist