• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ পূৰ্ণাংগ বাজেটঃ আজি সংসদত বাজেটৰ নথি-পত্ৰ উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে

সংসদত বাজেটৰ নথি-পত্ৰ উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে

Nation NE by Nation NE
July 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশৰ পূৰ্ণাংগ বাজেটঃ  আজি সংসদত বাজেটৰ নথি-পত্ৰ উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে
Share on FacebookShare on TwitterWhatsApp

বাজেট দাখিলৰ এদিন পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পূৰ্ব-বাজেট নথি-পত্ৰ উপস্থাপন কৰিবলৈ সাজু হৈছে। এই অৰ্থনৈতিক সমীক্ষা লোকসভাত ১ বজাত আৰু ৰাজ্যসভাত ২ বজাত প্ৰদৰ্শন কৰা হ’ব।

কোনে প্ৰস্তুত কৰিব এই অৰ্থনৈতিক সমীক্ষা?

এই অৰ্থনৈতিক সমীক্ষা বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হয়। যি মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ পৰ্যবেক্ষণৰ অধীনত সঞ্চালিত হয়।

কি কি অন্তৰ্ভূক্ত কৰা হৈছে এই অৰ্থনৈতিক সমীক্ষাত?

এই অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে বিভিন্ন ধৰণৰ সূচকসমূহৰ বিষয়ে তথ্য অন্তৰ্ভূক্ত কৰা হ’ব। এই নথিপত্ৰই বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাৰ কিছু পৰিকল্পনা দাঙি ধৰিব।

কেনেকৈ গঠন কৰা হয় এই সমীক্ষাৰ নথি-পত্ৰসমূহ?

অৰ্থনৈতিক সমীক্ষাৰ নথি-পত্ৰসমূহ দুটা অংশত বিভক্ত কৰা হৈছে। প্ৰথম অংশত দেশৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰত্যাহ্বানসমূহ অন্তৰ্ভূক্ত হৈ থাকে যিয়ে দেশৰ অৰ্থনীতিৰ ওপৰত এটা সামগ্ৰিক পৰ্যালোচনা প্ৰদান কৰে। দ্বিতীয় অংশত বিগত বৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট।বিত্তমন্ত্ৰীয়ে এই বাজেটত দেশৰ জনসাধাৰণৰ বাবে বহুতো সুবিধা মুকলি কৰিব। বাজেটত  বিশেষকৈ কৃষি, দেশৰ আন্তঃগাঁথনি,  বিনিয়োগ আদি  দিশত গুৰুত্ব আৰোপ কৰা হ’ব। বিত্তমন্ত্ৰীৰ বাজেটত চৰকাৰী কৰ্মচাৰীৰ বাবেও বহুকেইটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

Tags: #Assam#DelhiIndiaNirmala Sitharaman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025