• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ কেইবাটাও ডাঙৰ ঘোষণা

Nation NE by Nation NE
March 10, 2025
in Top News, অসম
0 0
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ কেইবাটাও ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে দিনৰ ১১.৩০ বজাত অসম বিধানসভাৰ সদনত বিত্তমন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট।আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট।

অসম বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইবাৰ বাজেটত বিশেষকৈ সবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক প্ৰাধান্য দিয়া হ’ব। আজিৰ বাজেটত বিভিন্ন দিশ সামৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তলত ইয়াৰ কেইটামান ডাঙৰ ঘোষণা উল্লেখ কৰা হ’ল-

  • নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন। ২৫-২৬ৰ বাজেটত বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ৩৭.২ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুফল।এই আঁচনিৰ বাবে ৫হাজাৰ অতিৰিক্ত ধনৰ ঘোষণা বাজেটত।
  • অসম ইতিহাস বিষয় বাধ্যতামূলক হ’ব বিদ্যালয়সমূহত। অষ্টম শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক হ’ব অসম ইতিহাসৰ শিক্ষা।
  • ৰাজ্যিক বৰ্ড, CBSEৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক হ’ব অসমীয়া ভাষা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তো বাধ্যতামূলক হ’ব অসমীয়া ভাষা। ইয়াৰ উপৰি বিটিআৰত থকা বিদ্যালয়সমূহতো বাধ্যতামূলক হ’ব অসমীয়া অথবা বড়ো ভাষা। এই নিৰ্দেশ নামানিলে জৰিমণা বিহা হ’ব বুলি বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ।
  • অসমৰ প্ৰখ্যাত চুফি সন্ত আজান পীৰৰ জিকিৰক লৈ ডাঙৰ ঘোষণা। আজান পীৰে ৰচনা কৰা জিকিৰ-জাৰি অনুবাদ কৰা হ’ব থলুৱা ভাষালৈ। আজান পীৰে ৰচনা কৰা জিকিৰ-জাৰি অনুবাদ কৰা হ’ব অসমীয়ালৈ।এই গুৰু দায়িত্ব ল’ব আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাই।
  • বাজেটত গাঁওপ্ৰধানৰ বাবে সুখবৰ। ১৪০০০ টকালৈ বৃদ্ধি হ’ব গাঁওবুঢ়াৰ দৰমহা। অহা অক্টোবৰৰ পৰা বৃদ্ধি পাব গাঁওপ্ৰধানৰ দৰমহা
  • অহা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীয়ে সূলভ মূল্যত লাভ কৰিব ১ কেজিকৈ দাইল, চেনি আৰু নিমখ। ৫ জনতকৈ অধিক সদস্য থাকিলে অতিৰিক্ত লাভ কৰিব ১ কেজি দাইল। ৰেচন কাৰ্ডৰ দোকানৰ পৰা ২৫ টকাত পাব ১ কেজি দাইল। ১ কেজি চেনি পাব ২০ টকাত। ১০ টকাতে লাভ কৰিব ১ কেজি নিমখ। ইয়াৰ বাবে ৩৭০ কোটি টকা ধাৰ্য বাজেটত
  • প্ৰতি গৰাকী শ্ৰমিকক ৫ হাজাৰ টকাৰ এককালীন সাহায্য।ইয়াত ৬.৮ লাখ শ্ৰমিকক সামৰি লোৱা হ’ব
  • সূৰ্য ঘৰৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজসাহায্য। প্ৰতি কিলোৱাটত ২ হাজাৰ টকাকৈ সাহায্য। সৰ্বোচ্চ ৩ কিলোৱাটত ৬ হাজাৰ টকা সাহায্য
  • সাহিত্য চৰ্চাৰ প্ৰচাৰ, বিকাশৰ বাবে পদক্ষেপ। ১ হাজাৰ যুৱ লেখকলৈ ২৫০০০ টকাৰ বিত্তীয় ঘোষণা। জিলাত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ দিব ৫ লাখ টকা।
  • দৰঙত স্থাপন হ’ব নতুন চিকিৎসা মহাবিদ্যালয়। কাৰ্বি আংলং, শ্ৰীভূমিত হ’ব কৃষি মহাবিদ্যালয়।
  • কাজিৰঙাত এতিয়াৰে পৰা নচলিব জীপ ছাফাৰী।চলিব ইলেকট্ৰনিক বাহন।ইলেকট্ৰনিক বাহনৰ বাবে ধাৰ্য ২০ কোটি টকা।
  • শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০ কোটি টকাৰ অনুদান।সকলো জিলা সদৰত হ’ব লক্ষ্মীনাথ বেজবৰুৱা ভৱন। লগতে থাকিব অত্যাধুনিক প্ৰেক্ষাগৃহ, সন্মিলন কক্ষ। মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৫০ কোটি টকা ধাৰ্য।
  • BTC ৰ উন্নয়ণৰ বাবে ১১৪৩ কোটি টকা ধাৰ্য। KAAC ৰ বাবে ৬২১ কোটি টকা ধাৰ্য বাজেটত।
  • কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে হ’ব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান।গুৱাহাটীত প্ৰটন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ বাজেটত।
  • চিকিৎসা মহাবিদ্যালৰ ফেকাল্টিলৈ সুখবৰ। গাড়ী ক্ৰয়ৰ বাবে লাভ কৰিব সুদবিহীন ঋণ।
  • মহাকাশলৈ অসমৰ নিজা খোজ। অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ ASSAMSAT স্থাপন কৰা হ’ব।
  • চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ স্থাপন কৰা হ’ব AI লেব।১০০ খন নিৰ্বাচিত গাঁৱত AI নিৰ্ভৰ কৃষিকেন্দ্ৰ।
  • ২৫০ কোটি টকাৰে লাখপতি বাইদেউ পুঁজি
Tags: #AssamBudgetCM

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…
Top News

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

December 8, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025