• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ কেইবাটাও ডাঙৰ ঘোষণা

Nation NE by Nation NE
March 10, 2025
in Top News, অসম
0 0
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ কেইবাটাও ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে দিনৰ ১১.৩০ বজাত অসম বিধানসভাৰ সদনত বিত্তমন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট।আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট।

অসম বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইবাৰ বাজেটত বিশেষকৈ সবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক প্ৰাধান্য দিয়া হ’ব। আজিৰ বাজেটত বিভিন্ন দিশ সামৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তলত ইয়াৰ কেইটামান ডাঙৰ ঘোষণা উল্লেখ কৰা হ’ল-

  • নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন। ২৫-২৬ৰ বাজেটত বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ৩৭.২ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুফল।এই আঁচনিৰ বাবে ৫হাজাৰ অতিৰিক্ত ধনৰ ঘোষণা বাজেটত।
  • অসম ইতিহাস বিষয় বাধ্যতামূলক হ’ব বিদ্যালয়সমূহত। অষ্টম শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক হ’ব অসম ইতিহাসৰ শিক্ষা।
  • ৰাজ্যিক বৰ্ড, CBSEৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক হ’ব অসমীয়া ভাষা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তো বাধ্যতামূলক হ’ব অসমীয়া ভাষা। ইয়াৰ উপৰি বিটিআৰত থকা বিদ্যালয়সমূহতো বাধ্যতামূলক হ’ব অসমীয়া অথবা বড়ো ভাষা। এই নিৰ্দেশ নামানিলে জৰিমণা বিহা হ’ব বুলি বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ।
  • অসমৰ প্ৰখ্যাত চুফি সন্ত আজান পীৰৰ জিকিৰক লৈ ডাঙৰ ঘোষণা। আজান পীৰে ৰচনা কৰা জিকিৰ-জাৰি অনুবাদ কৰা হ’ব থলুৱা ভাষালৈ। আজান পীৰে ৰচনা কৰা জিকিৰ-জাৰি অনুবাদ কৰা হ’ব অসমীয়ালৈ।এই গুৰু দায়িত্ব ল’ব আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাই।
  • বাজেটত গাঁওপ্ৰধানৰ বাবে সুখবৰ। ১৪০০০ টকালৈ বৃদ্ধি হ’ব গাঁওবুঢ়াৰ দৰমহা। অহা অক্টোবৰৰ পৰা বৃদ্ধি পাব গাঁওপ্ৰধানৰ দৰমহা
  • অহা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীয়ে সূলভ মূল্যত লাভ কৰিব ১ কেজিকৈ দাইল, চেনি আৰু নিমখ। ৫ জনতকৈ অধিক সদস্য থাকিলে অতিৰিক্ত লাভ কৰিব ১ কেজি দাইল। ৰেচন কাৰ্ডৰ দোকানৰ পৰা ২৫ টকাত পাব ১ কেজি দাইল। ১ কেজি চেনি পাব ২০ টকাত। ১০ টকাতে লাভ কৰিব ১ কেজি নিমখ। ইয়াৰ বাবে ৩৭০ কোটি টকা ধাৰ্য বাজেটত
  • প্ৰতি গৰাকী শ্ৰমিকক ৫ হাজাৰ টকাৰ এককালীন সাহায্য।ইয়াত ৬.৮ লাখ শ্ৰমিকক সামৰি লোৱা হ’ব
  • সূৰ্য ঘৰৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজসাহায্য। প্ৰতি কিলোৱাটত ২ হাজাৰ টকাকৈ সাহায্য। সৰ্বোচ্চ ৩ কিলোৱাটত ৬ হাজাৰ টকা সাহায্য
  • সাহিত্য চৰ্চাৰ প্ৰচাৰ, বিকাশৰ বাবে পদক্ষেপ। ১ হাজাৰ যুৱ লেখকলৈ ২৫০০০ টকাৰ বিত্তীয় ঘোষণা। জিলাত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ দিব ৫ লাখ টকা।
  • দৰঙত স্থাপন হ’ব নতুন চিকিৎসা মহাবিদ্যালয়। কাৰ্বি আংলং, শ্ৰীভূমিত হ’ব কৃষি মহাবিদ্যালয়।
  • কাজিৰঙাত এতিয়াৰে পৰা নচলিব জীপ ছাফাৰী।চলিব ইলেকট্ৰনিক বাহন।ইলেকট্ৰনিক বাহনৰ বাবে ধাৰ্য ২০ কোটি টকা।
  • শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০ কোটি টকাৰ অনুদান।সকলো জিলা সদৰত হ’ব লক্ষ্মীনাথ বেজবৰুৱা ভৱন। লগতে থাকিব অত্যাধুনিক প্ৰেক্ষাগৃহ, সন্মিলন কক্ষ। মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৫০ কোটি টকা ধাৰ্য।
  • BTC ৰ উন্নয়ণৰ বাবে ১১৪৩ কোটি টকা ধাৰ্য। KAAC ৰ বাবে ৬২১ কোটি টকা ধাৰ্য বাজেটত।
  • কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে হ’ব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান।গুৱাহাটীত প্ৰটন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ বাজেটত।
  • চিকিৎসা মহাবিদ্যালৰ ফেকাল্টিলৈ সুখবৰ। গাড়ী ক্ৰয়ৰ বাবে লাভ কৰিব সুদবিহীন ঋণ।
  • মহাকাশলৈ অসমৰ নিজা খোজ। অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ ASSAMSAT স্থাপন কৰা হ’ব।
  • চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ স্থাপন কৰা হ’ব AI লেব।১০০ খন নিৰ্বাচিত গাঁৱত AI নিৰ্ভৰ কৃষিকেন্দ্ৰ।
  • ২৫০ কোটি টকাৰে লাখপতি বাইদেউ পুঁজি
Tags: #AssamBudgetCM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025