• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংসাৰৰ আৰম্ভণিতেই প্ৰেমিক-প্ৰেমিকাৰ সৈতে ৰাজপথত ঘটিল মৰ্মান্তিক ঘটনা

Nation NE by Nation NE
November 2, 2024
in Top News, অসম
0 0
সংসাৰৰ আৰম্ভণিতেই প্ৰেমিক-প্ৰেমিকাৰ সৈতে ৰাজপথত ঘটিল মৰ্মান্তিক ঘটনা
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে নিশা কাছাৰ জিলাৰ সোনাই আমজুৰঘাট গাছতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকেৰে প্ৰেমিকাক পলাই পলাই লৈ যোৱাৰ সময়ত এখন দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় প্ৰেমিকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰেমিকাসহ মৃত যুৱকজনৰ এজন বন্ধু।

মৃত যুৱকজন সোনাই কাপ্তানপুৰৰ সঞ্জিত ৰবিদাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সঞ্জিত ৰবিদাস নামৰ যুৱকজনে এসপ্তাহ পূৰ্বে সোনাই আমজুৰঘাটৰ এগৰাকী নাবালিকা কিশোৰীক পলাই লৈ গৈছিল। পিছত আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল।

ইয়াৰ পিছত শুকুৰবাৰে নিশা পুনৰ কিশোৰীগৰাকীক পলাই লৈ যোৱাৰ চেষ্টা কৰে যুৱকজনে। প্ৰতিবেশী এগৰাকী বন্ধুক লগত লৈ নিশা এখন বাইকেৰে কিশোৰী গৰাকীক পলাই লৈ যোৱাৰ সময়ত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ যুৱকজনৰ।

প্ৰত্যক্ষদৰ্শী সকলৰ মতে, দ্ৰুতগতিত বাইকখন যোৱাৰ সময়ত আমজুৰঘাট গাছতলাত এখন দলঙৰ ৰেলিঙত খুন্দা মাৰে৷ ফলত বাইকসহ বাইকত থকা তিনিওজন ৰাজপথত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ প্ৰেমিক যুৱকজনৰ। লগতে গুৰুতৰভাৱে আহত হয় তেওঁৰ প্ৰেমিকাসহ বন্ধু।

ভয়ংকৰ এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহসহ আহত দুজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Tags: #Accident#CacharCoupleTragic incident

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025