• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
23 °c
Guwahati
24 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশত আৰম্ভ হ’ব লোকপিয়ল, ২০২৮ চনত সম্পূৰ্ণ হ’ব সীমা নিৰ্ধাৰণ

Nation NE by Nation NE
October 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশত আৰম্ভ হ’ব লোকপিয়ল, ২০২৮ চনত সম্পূৰ্ণ হ’ব সীমা নিৰ্ধাৰণ
Share on FacebookShare on TwitterWhatsApp

লোকপিয়ল সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি অনুসৰি ২০২৫ ত লোকপিয়ল আৰম্ভ হ’ব বুলি কোৱা হৈছে।

২০২৫ চনত আৰম্ভ হোৱা এই লোকপিয়ল ২০২৬ চনলৈ চলিব। আচলতে ২০২১ চনতেই লোকপিয়ল হ’ব লাগিছিল, যদিও ক’ৰোনা মহামাৰীৰ বাবে পিছুৱাই দিব লগা হৈছিল। কোৱা হৈছে যে, এতিয়া লোকপিয়লৰ চক্ৰটোও সলনি হ’ব।

প্ৰতি ১০ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা লোকপিয়ল পৰৱৰ্তী সময়ত ২০৩৫ চনত হ’ব। এতিয়ালৈকে ১৯৯১, ২০০১, ২০১১ চনৰ দৰে দশকৰ আৰম্ভণিতে প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল হৈছিল।

ইয়াৰ পিছত পৰৱৰ্তী লোকপিয়ল ২০২১ চনত হ’ব লগা আছিল, যদিও ক’ৰোনা মহামাৰীৰ বাবে লোকপিয়ল হোৱা নাছিল (ডিজিটেলি হৈছিল যদিও)।

এইবাৰ ২০২৫ চনত লোকপিয়ল অনুষ্ঠিত হোৱাৰ পিছতেই পৰৱৰ্তী লোকপিয়ল ২০৩৫, ২০৪৫, ২০৫৫ চনত অনুষ্ঠিত হ’ব। লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছতহে লোকসভা আসনৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ হ’ব। ২০২৮ চনৰ ভিতৰত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বহু বিৰোধী দলৰ পৰা জাতি লোকপিয়লৰ দাবী উত্থাপন হৈছে, যদিও চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। লোকপিয়লত ধৰ্ম আৰু শ্ৰেণী সোধা হয়। সাধাৰণ, অনুসূচিত জাতি আৰু জনজাতি গণনা কৰা হয়।

অনুসূচিত জাতিৰ মাজত বাল্মিকী, ৰবিদাসী আদি বিভিন্ন পন্থা আছে, অৰ্থাৎ ধৰ্ম, শ্ৰেণীৰ লগতে পন্থাৰ ভিত্তিত লোকপিয়লৰ দাবীক চৰকাৰে বিবেচনা কৰি আছে।

১৮৭২ চনত গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়’ৰ শাসনকালত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল। ভাৰতৰ প্ৰথম সম্পূৰ্ণ লোকপিয়ল ১৮৮১ চনত আয়ুক্ত ডব্লিউ.চি. প্লোডেনে আয়োজন কৰিছিল। ইয়াৰ পিছত ১০ বছৰৰ মূৰে মূৰে এবাৰ হৈ আছিল।

স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল ১৯৫১ চনত হৈছিল। ইয়াৰ পিছত ভাৰতত ৬বাৰকৈ লোকপিয়ল হৈছিল।

সেইকেইটা হ’ল- ১৮৭২ চন

১৮৮১ চন

১৮৯১ চন

১৯০১ চন

১৯১১ চন

১৯২১ চন

১৯৩১ চন

১৯৪১ চন

১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল-

১৯৫১ চন

১৯৬১ চন

১৯৭১ চন

১৯৯১ চন

২০০১ চন

২০১১ চন

Tags: CensusIndia GovtModi

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025