• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আন্দোলনৰত কৃষকৰ বাবে ডাঙৰ খবৰ; ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰৰে গুৰুত্বপূৰ্ণ বৈঠক

Nation NE by Nation NE
January 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আন্দোলনৰত কৃষকৰ বাবে ডাঙৰ খবৰ; ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰৰে গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on TwitterWhatsApp

আন্দোলন কৰি থকা কৃষকসকলৰ সৈতে ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব। কৃষকসকলে দীৰ্ঘদিনৰ পৰা কৰি অহা দাবীৰ ওপৰতে চণ্ডীগড়ত দুয়ো পক্ষৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব।

শনিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই এই কথা জানিব দিয়ে। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰিয় ৰঞ্জনৰ নেতৃত্বত যোৱা এটা দলে বিভিন্ন দাবীত অনশন কৰি থকা কৃষক নেতা জগজীত সিং ডল্লেৱালা আৰু ইউনাইটেড কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিগত ৫৪ দিনৰ পৰা অনশন কৰি থকা জগজীত সিং ডল্লেৱালাৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখি কেন্দ্ৰীয় চৰকাৰে তেওঁক মেডিকেল সহায় লোৱাৰ অনুৰোধ জনাইছিল।

কেন্দ্ৰৰ প্ৰতিনিধি প্ৰিয়া ৰঞ্জনে কয়, ‘আমি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কৃষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈছিলো। আমি তেওঁক অনশন ভংগ কৰি চিকিৎসাৰ সহায় ল’বলৈ অনুৰোধ জনাইছো যাতে তেওঁ প্ৰস্তাৱিত বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।’

উল্লেখ্য যে, যোৱা ২৬ নৱেম্বৰৰ পৰা খানৌৰী সীমান্তত অনশন কৰি আহিছে ডাল্লেৱালাই। এনে পৰিস্থিতিত কৃষকসকলে তেওঁৰ শাৰিৰীক অৱস্থা ‘গুৰুতৰ’ বুলি অভিহিত কৰিছে। এই অনশনৰ বাবে ডাল্লেৱালাৰ শৰীৰৰ ২০ কিলোগ্ৰাম ওজন হ্ৰাস পাইছে আৰু তেওঁ এতিয়াও চিকিৎসাৰ সহায় ল’বলৈ অস্বীকাৰ কৰিছে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ ৮, ১২, ১৫ আৰু ১৮ ফেব্ৰুৱাৰীত কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা হৈছিল যদিও প্ৰতিখন বৈঠকেই হৈছিল বিফল। কৃষকৰ মূল দাবী হৈছে শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইনী নিশ্চয়তা।

ইফালে বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাৱ-হাৰিয়ানাৰ খানৌৰী আৰু শম্ভূ সীমান্তত কৃষকসকলে শিবিৰ পাতিছে। এই পৰ্যন্ত ১২১ গৰাকী কৃষকে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত অনশনত বহি আছে।

Tags: Central GovtFarmers Protests

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025