• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৈৰে উটি উটি ছত্তীশগড়ৰ পৰা ওড়িশা পালেহি এগৰাকী মহিলা; কেনেকৈ প্ৰাণ বাচিল মহিলাগৰাকীৰ?

Nation NE by Nation NE
August 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নৈৰে উটি উটি ছত্তীশগড়ৰ পৰা ওড়িশা পালেহি এগৰাকী মহিলা; কেনেকৈ প্ৰাণ বাচিল মহিলাগৰাকীৰ?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ভাগ্য সুপ্ৰন্ন হ’লে আসন্ন মৃত্যুৰ পৰাও সাৰি আহিব পাৰি।

শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে ওড়িশাত। এগৰাকী মহিলা নৈৰে উটি গৈ পালেগৈ অন্য এখন ৰাজ্য। ছত্তীশগড়ৰ মহানদীৰে উটি গৈ মহিলাগৰাকীয়ে উপস্থিত হ’ল ওড়িশাত। প্ৰায় ২০ কিলোমিটাৰ উটি যোৱাৰ পিছত মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰে মাছমৰীয়াই।

ৰায়গড় জিলাৰ পৰা পোৰাথ গাঁৱৰ নিৱাসী আছিল মহিলাগৰাকী। মানসিকভাৱে অস্থিৰ মহিলাগৰাকীক ওড়িশাৰ পালচাদা গাঁৱত সুস্থভাৱে উদ্ধাৰ কৰা হয়। প্ৰতিদিনৰ দৰে,  মাছমৰীয়াসকলে ঝাৰচুগুড়াৰ মাছ ধৰিবলৈ মহানদীত উপস্থিত হৈছিল।

এই সময়ছোৱাত, মাছমৰীয়াসকলে দেখিছিল যে এগৰাকী মহিলাই নদীত সাঁতুৰি আছে। তেওঁলোকে অলপো সময় নষ্ট নকৰি মহিলাগৰাকীক উদ্ধাৰ কৰে। স্থানীয় ৰাইজে মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ আনে আৰক্ষীয়ে।

Tags: ChhattisgarhNationalOdisha

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025