• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম

Nation NE by Nation NE
February 13, 2025
in Top News, অসম
0 0
আধাৰ কাৰ্ডক লৈ ৰাজ্যত নতুন নিয়ম
Share on FacebookShare on TwitterWhatsApp

দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত অন্তৰ্ভূক্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম। এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে স্থান দিয়া হৈছে।

আকৰ্ষণীয় ৫৫.৪% ৰেটিঙেৰে ড০ শৰ্মাই তেওঁৰ কেইবাজনো সমকক্ষক অতিক্ৰম কৰি  তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু তেওঁৰ শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে।

লক্ষণীয়ভাৱে, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যত তেওঁৰ সমকক্ষসকলে নিম্ন ফলাফল দেখুৱাইছে।ইয়ে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক দল আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখনীয় নেতা হিচাপে চিহ্নিত কৰিছে।

এডভান্টেজ আসামৰ ২.০ৰ পূৰ্বে এই জৰীপ অসমৰ বিনিয়োগৰ বাবে এক সুখবৰ।এই সমীক্ষাৰ ফলাফলে ড০ শৰ্মাক প্ৰগতিশীল আৰু দূৰদৰ্শী নেতা হিচাপে খ্যাতিমান কৰি তুলিছে।

আন্তঃগাঁথনি উন্নয়ন, সমাজৰ কল্যাণ, অৰ্থনৈতিক বিকাশ আৰু আইন প্ৰৱৰ্তন সংস্কাৰৰ দিশত তেওঁৰ গুৰুত্বই অসমক শাসনৰ এক আৰ্হি হিচাপে প্ৰতীয়মাণ কৰিছে।

Tags: #AssamChief ministerDr himanta biswa sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025