• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এটা পৰিয়ালৰে ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Nation NE by Nation NE
October 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এটা পৰিয়ালৰে ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
Share on FacebookShare on TwitterWhatsApp

চীনৰ এখন আদালতে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। খবৰ অনুসৰি গুৰুতৰ অপৰাধত লিপ্ত এটা পৰিয়ালৰ ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। এই খবৰ এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

পৰিয়ালটোৱে হত্যাৰ পৰা আৰম্ভ কৰি জালিয়াতি, বেশ্যাবৃত্তি আৰু ধন সৰবৰাহ আদি কেইবাটাও গুৰুতৰ অপৰাধত জড়িত আছিল। গোটেই পৰিয়ালটোৱে একেলগে এই কামবোৰ সম্পন্ন কৰিছিল।

আদালতৰ বিবৃতি অনুসৰি ৱেনঝৌ ইণ্টাৰমিডিয়েট পিপলছ ক’ৰ্টে ম্যানমাৰৰ কোকাঙস্থিত এটা প্ৰভাৱশালী পৰিয়ালৰ সদস্য মিং গুপিং, মিং জেনজেন আৰু ঝৌ ৱেইচাঙৰ লগতে আন ৮ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

ইফালে আদালতে আন পাঁচজনৰ মৃত্যুদণ্ড স্থগিতাদেশ দিয়াৰ বিপৰীতে আন ১২জন অভিযুক্তক পাঁচৰ পৰা ২৪ বছৰলৈকে কাৰাদণ্ড বিহা হয়।

উল্লেখ্য যে, এই সমগ্ৰ পৰিয়ালটোক কুখ্যাত মিং পৰিয়াল বুলি জনা যায়। চীনৰ চৰকাৰী সম্প্ৰচাৰক চিচিটিভিৰ মতে, তদন্তত প্ৰকাশ পাইছে যে ২০১৫ চনৰ পৰা মিং পৰিয়ালে চীনৰ পূব প্ৰদেশ ঝেজিয়াঙত এটা সম্পূৰ্ণ অপৰাধ নেটৱৰ্ক চলাই আহিছে।

এই পৰিয়ালৰ সদস্য কেইজনে ম্যানমাৰৰ কোকাং অঞ্চলত নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি বিভিন্ন অঞ্চলত অসংখ্য অবৈধ ঘাটি স্থাপন কৰিছে, য’ৰ পৰাই তেওঁলোকে নিজৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল।

Tags: ChinaCourtDeath PenaltyInternational story

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025