• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
27 °c
Guwahati
27 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এটা পৰিয়ালৰে ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Nation NE by Nation NE
October 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এটা পৰিয়ালৰে ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
Share on FacebookShare on TwitterWhatsApp

চীনৰ এখন আদালতে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। খবৰ অনুসৰি গুৰুতৰ অপৰাধত লিপ্ত এটা পৰিয়ালৰ ১১ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। এই খবৰ এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

পৰিয়ালটোৱে হত্যাৰ পৰা আৰম্ভ কৰি জালিয়াতি, বেশ্যাবৃত্তি আৰু ধন সৰবৰাহ আদি কেইবাটাও গুৰুতৰ অপৰাধত জড়িত আছিল। গোটেই পৰিয়ালটোৱে একেলগে এই কামবোৰ সম্পন্ন কৰিছিল।

আদালতৰ বিবৃতি অনুসৰি ৱেনঝৌ ইণ্টাৰমিডিয়েট পিপলছ ক’ৰ্টে ম্যানমাৰৰ কোকাঙস্থিত এটা প্ৰভাৱশালী পৰিয়ালৰ সদস্য মিং গুপিং, মিং জেনজেন আৰু ঝৌ ৱেইচাঙৰ লগতে আন ৮ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

ইফালে আদালতে আন পাঁচজনৰ মৃত্যুদণ্ড স্থগিতাদেশ দিয়াৰ বিপৰীতে আন ১২জন অভিযুক্তক পাঁচৰ পৰা ২৪ বছৰলৈকে কাৰাদণ্ড বিহা হয়।

উল্লেখ্য যে, এই সমগ্ৰ পৰিয়ালটোক কুখ্যাত মিং পৰিয়াল বুলি জনা যায়। চীনৰ চৰকাৰী সম্প্ৰচাৰক চিচিটিভিৰ মতে, তদন্তত প্ৰকাশ পাইছে যে ২০১৫ চনৰ পৰা মিং পৰিয়ালে চীনৰ পূব প্ৰদেশ ঝেজিয়াঙত এটা সম্পূৰ্ণ অপৰাধ নেটৱৰ্ক চলাই আহিছে।

এই পৰিয়ালৰ সদস্য কেইজনে ম্যানমাৰৰ কোকাং অঞ্চলত নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি বিভিন্ন অঞ্চলত অসংখ্য অবৈধ ঘাটি স্থাপন কৰিছে, য’ৰ পৰাই তেওঁলোকে নিজৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল।

Tags: ChinaCourtDeath PenaltyInternational story

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025