• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 1, 2025
29 °c
Guwahati
28 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      চীনৰ ৰাজধানী বেইজিঙত প্ৰকৃতিৰ কালৰূপ; এইপৰ্যন্ত ৪৪ জনৰ মৃত্যু

      Nation NE by Nation NE
      July 31, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      চীনৰ ৰাজধানী বেইজিঙত প্ৰকৃতিৰ কালৰূপ; এইপৰ্যন্ত ৪৪ জনৰ মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      বিগত এসপ্তাহৰ পৰা চীনৰ ৰাজধানী বেইজিঙত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত এতিয়ালৈকে ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক নিৰুদ্দেশ হৈ আছে। স্থানীয় বিষয়াসকলে বৃহস্পতিবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।

      বেইজিঙত চৰকাৰ-প্ৰশাসনে বিগত চাৰিদিন ধৰি সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বিপৰীতে অঞ্চলটোত পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত পথসমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বিদ্যুৎ যোগান ব্যাহত হৈ পৰাৰ লগতে সাধাৰণ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

      স্থানীয় বিষয়াৰ উদ্ধৃতিৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ঘটনাত ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু আন ৯ জন নিৰুদ্দেশ হৈছে। স্থানীয় বিষয়াসকলৰ মতে, বেইজিঙৰ উত্তৰ পাহাৰীয়া জিলা মিয়ুন আৰু ইয়াংকিঙৰ পৰা ধুমুহা বৰষুণ আৰু বানপানীৰ ফলত লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

      উল্লেখ্য যে, শনিবাৰৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। ইয়াৰ পূৰ্বে সোমবাৰে ৰাষ্ট্ৰপতি ছি জিনপিঙে বানপানী আৰু ভূতাত্ত্বিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ লগতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছিল।

      Tags: BeijingChinaHeavy RainfallRain

      Related Posts

      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ
      Top News

      August 1, 2025
      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা
      Top News

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      August 1, 2025
      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…
      Top News

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      August 1, 2025
      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?
      Top News

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

      August 1, 2025
      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      শীৰ্ষ সংবাদ

      চাৰিচকীয়া বাহনত তীব্ৰ বেগী ট্ৰাকৰ ভয়ংকৰ খুন্দা; থিতাতে মৃত্যু এটা পৰিয়ালৰে ৫ জন সদস্যৰ

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা

      খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist