• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ধূম্ৰপান এৰাৰ পিছত বৃদ্ধি হয় শৰীৰৰ ওজন! কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক বিশেষজ্ঞৰ পৰা

      Nation NE by Nation NE
      November 20, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ধূম্ৰপান এৰাৰ পিছত বৃদ্ধি হয় শৰীৰৰ ওজন!  কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক বিশেষজ্ঞৰ পৰা
      Share on FacebookShare on TwitterWhatsApp

      ধূম্ৰপান শৰীৰৰ পক্ষে হানিকাৰক। ধূম্ৰপান কৰা লোক এজনে যেতিয়া ধূম্ৰপান এৰি দিয়ে, কিন্তু ইয়াৰ পিছত কেইমাহমানৰ বাবে শৰীৰত বিভিন্ন পৰিৱৰ্তন দেখা যায়। উদাহৰণস্বৰূপে- চিগাৰেট খোৱা লোক এজনে ধূম্ৰপান এৰি দিলে অস্থিৰতা বৃদ্ধি পায়, খিংখিঙীয়া হয় আৰু কিছুদিন কাম কৰিবলৈ মন নাযায়। পেটৰ বিষৰ দৰে সমস্যাও হ’ব পাৰে।

      চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমস্যাবোৰক উইথড্ৰেৱাল চিনড্ৰম বুলি কোৱা হয়। অৰ্থাৎ চিগাৰেট এৰি দিয়াৰ পিছত কিছু সময়ৰ বাবে শৰীৰত লক্ষণ দেখা দিয়ে।উক্ত লক্ষণসমূহৰ বাহিৰেও চিগাৰেট এৰি দিয়াৰ পিছত বহু লোকৰ শৰীৰত আন এক বৃহৎ পৰিৱৰ্তনে দেখা দিয়ে।

      নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ প্ৰতিবেদনত দেখা গৈছে যে, ধূম্ৰপান এৰি দিয়াৰ পিছত বেছিভাগ লোকৰে শৰীৰত ওজন বৃদ্ধি পায়। ওজন বৃদ্ধিৰ পাৰ্থক্য ৩ৰ পৰা ৬ কিলোগ্ৰামৰ ভিতৰত থাকে। আমেৰিকাত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে, যেতিয়া এগৰাকী ব্যক্তিয়ে চিগাৰেট খোৱা বন্ধ কৰে, তেতিয়া তেওঁৰ ওজন প্ৰায় ৪ৰ পৰা ৬ মাহলৈ বৃদ্ধি পায়, প্ৰতিমাহে ওজন একৰ পৰা ডেৰ কিলোগ্ৰাম বৃদ্ধি পাব পাৰে, অৰ্থাৎ ওজন ৬ কিলোগ্ৰামলৈকে বৃদ্ধি পাব পাৰে। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত ই কম বেছি হ’ব পাৰে।

      দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ এল এইচ ঘোটেকাৰে কয় যে, ধূম্ৰপান এৰি দিয়াৰ পিছত শৰীৰত নিকোটিনৰ প্ৰৱেশ বন্ধ হৈ যায়। নিকোটিনে ভোক কমায়, গতিকে চিগাৰেট এৰিলে ভোক বাঢ়ে। যাৰ ফলত শৰীৰত ওজন বৃদ্ধি পায়। নিকোটিন এৰিলে বিপাকীয় ক্ৰিয়াও লেহেমীয়া হয়, যাৰ ফলত ওজন বৃদ্ধি পায়।

      চিগাৰেট নোখোৱাৰ বাবে কিছুমান লোকৰ মানসিক চাপো বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবেই ব্যক্তিজনে অধিক খাদ্য গ্ৰহণ কৰে আৰু ওজন বাঢ়িবলৈ আৰম্ভ কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে, ধূম্ৰপান এৰিব নালাগে। চিগাৰেট এৰিলে কোনো ক্ষতি নহয়। ধূম্ৰপান এৰি দিয়াটো সুস্বাস্থ্য বৰ্তাই ৰখাৰ এক ডাঙৰ পদক্ষেপ আৰু ইয়াৰ ওজন নিয়ন্ত্ৰণ কৰাটোও সহজ।

      দিল্লীৰ মূলচান্দ হাস্পতালৰ পালমন’লজী বিভাগৰ ডাঃ ভগৱান মন্ত্ৰীয়ে কয় যে, চিগাৰেট এৰাটো শৰীৰৰ পক্ষে যথেষ্ট উপকাৰী। ইয়াৰ ফলত মানৱ শৰীৰৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ শক্তিশালী হয়। শৰীৰৰ ছাল পূৰ্বতকৈ উজ্বল দেখাবলৈ আৰম্ভ কৰে। হাঁপানী, চি অ’ পি ডি, ব্ৰংকাইটিছ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ পৰাও সুৰক্ষিত হ’ব পাৰি। ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ আশংকাও কমি যায় লগতে চুলিৰো উন্নতি হয় আৰু শাৰীৰিক ফিটনেছও ঠিকে থাকে।

      তেওঁ কৈছে যে, ওজন নিয়ন্ত্ৰণৰ বাবে এই পদ্ধতিসমূহ গ্ৰহণ কৰিব পাৰে-

      • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ- খাদ্য তালিকাত সতেজ ফল-মূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা উচিত।
      • দৈনিক ব্যায়ামৰ প্ৰয়োজন।
      • দিনটোত কমেও ৭ গিলাচ পানী খাব লাগে।
      • যোগাসন বা ধ্যানৰ প্ৰয়োজন।
      • নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপী গ্ৰহণ কৰা উচিত
      Tags: Health BenefitHealthy lifeMedical College

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist