• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, August 14, 2025
27 °c
Guwahati
28 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

      Nation NE by Nation NE
      August 14, 2025
      in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
      0 0
      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ চাশ্বটি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। আজি দুপৰীয়া ভাগত হোৱা এই ডাৱৰ বিস্ফোৰণ ফলত অঞ্চলটোত প্ৰৱল বানৰ সৃষ্টি হয় আৰু এই ঘটনাত ১২ জন লোকৰ মৃত্যু হয়।

      ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে অঞ্চলটোত উদ্ধাৰকাৰী দল উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযানত ব্ৰতী হয়। ইতিমধ্যে ঘটনাস্থলৰ পৰা বহু কেইগৰাকী ভক্তক নিৰাপদে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

      জিলাখনৰ শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি উদ্ধাৰকাৰী দলে এই পৰ্যন্ত ১২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰিছে প্ৰশাসনে।

      জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৰেশ সিঙৰ সৈতে ডাৱৰ বিস্ফোৰণ হোৱা অঞ্চলত উপস্থিত হোৱা কিস্তৱাৰৰ উপায়ুক্ত পংকজ শৰ্মাই কয়, ‘মাছাইল মাতা যাত্ৰাৰ আৰম্ভণিৰ স্থান কিস্তৱাৰৰ চাশ্বটি অঞ্চলত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।’

      ইতিমধ্যে এন ডি আৰ এফে উধামপুৰ ঘাটিৰ পৰা ডাৱৰ বিস্ফোৰণৰ ক্ষতিগ্ৰস্ত অঞ্চললৈ আধুনিক গেজেটেৰে সজ্জিত ১৮০ জন সদস্যক প্ৰেৰণ কৰা হৈছে।

      ইফালে ঘটনা সন্দৰ্ভত জানিব পৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী তথা জম্মু-কাশ্মীৰৰ উধামপুৰ সমষ্টিৰ সাংসদ জীতেন্দ্ৰ সিঙে স্থানীয় প্ৰশাসনৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

      জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ লগতে ৰাজ্যপাল মনোজ সিনহাইও এই ডাৰ বিস্ফোৰণৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি মৃত্যু হোৱা লোকসকলৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

      Tags: #FloodCloudburstJammu and KashmirKishtwar

      Related Posts

      FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন
      Top News

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      August 14, 2025
      পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

      ১৩ বছৰীয়া নাবালিকাৰ সৈতে সতীয়া পিতৃয়ে কৰিলে জঘন্য কাণ্ড, কেইবামাহো ধৰি কৰি আহিছিল এই দুষ্কৰ্ম…
      ৰাষ্ট্ৰীয়

      মাণ্ডছৌৰত গুইলেইন-বাৰে চিণ্ড্ৰমৰ সংক্ৰমণ!সংক্ৰমিত ৰোগীৰ সংখ্যা ৬ জন

      কুল্লুৰ শ্ৰীখণ্ড মহাদেৱ পাহাৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, বানপানীৰ বাবে হাই এলাৰ্ট জাৰি

      বাৰাণসীত মীন পালনৰ বাবে ১৯ জনক পুখুৰীৰ আবণ্টন, প্ৰথম পৰ্যায়ত জমা ৩.২৩ লাখ টকা

      শীৰ্ষ সংবাদ

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

      পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

      ১৩ বছৰীয়া নাবালিকাৰ সৈতে সতীয়া পিতৃয়ে কৰিলে জঘন্য কাণ্ড, কেইবামাহো ধৰি কৰি আহিছিল এই দুষ্কৰ্ম…

      মাণ্ডছৌৰত গুইলেইন-বাৰে চিণ্ড্ৰমৰ সংক্ৰমণ!সংক্ৰমিত ৰোগীৰ সংখ্যা ৬ জন

      কুল্লুৰ শ্ৰীখণ্ড মহাদেৱ পাহাৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, বানপানীৰ বাবে হাই এলাৰ্ট জাৰি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist