• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছত আক্ৰান্ত ২২ লাখ লোক

Nation NE by Nation NE
January 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শীতল পানীয় সেৱনৰ ফলত ডায়েবেটিছত আক্ৰান্ত ২২ লাখ লোক
Share on FacebookShare on TwitterWhatsApp

শীতল পানীয় আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক আৰু ই আমাৰ স্বাস্থ্যৰ ওপৰত অতি নেতিবাচক  প্ৰভাৱ পেলায়।

শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ কৰা হৈছে যে, যিয়ে প্ৰকাশ কৰিছে ২০২০ চনত উচ্চ চেনিযুক্ত শীতল পানীয় সেৱনৰ ফলত বিশ্বজুৰি আনুমানিক ২২ লাখ টাইপ ২ ডায়েবেটিছ ৰোগীৰ সৃষ্টি হৈছিল। এই গৱেষণাত ১৮৪খন দেশৰ সমীক্ষা চলোৱা হৈছে।

এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, বিশ্ব পৰ্যায়ত চেনিযুক্ত শীতল পানীয় সেৱন কৰি ডায়েবেটিছ আৰু হৃদৰোগৰ বলি হয় যথেষ্টসংখ্যক লোক। টাইপ ২ ডায়েবেটিছ ৰোগীৰ উপৰিও গৱেষকসকলে অনুমান কৰিছে যে, শীতল পানীয় সেৱনৰ ফলত হৃদৰোগৰ ১২ লাখ ৰোগীৰ সৃষ্টি হয়।

এক অধ্যয়নত প্ৰকাশ পাইছে যে, সমগ্ৰ বিশ্বজুৰি পুৰুষে মহিলাতকৈ অধিক শীতল পানীয় সেৱন কৰে। গৱেষণাৰ মতে, বিশ্বৰ বিভিন্ন অঞ্চলত শীতল পানীয়ৰ ফলত হোৱা ৰোগৰ মাত্ৰা বেলেগ। অধ্যয়নটোত কোৱা হৈছে যে, লেটিন আমেৰিকা,  কেৰিবিয়ান,  উপ-চাহাৰা আফ্ৰিকা আদি দেশত অত্যাধিক শীতল পানীয় খোৱাৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা অধিক।

গৱেষণাৰ মতে, উপ-চাহাৰা আফ্ৰিকাৰ ২১ শতাংশ লোক শীতল পানীয় সেৱনৰ বাবে ডায়েবেটিছৰ বলি হৈছে। লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ২৪ শতাংশ ডায়েবেটিছ আৰু ১১ শতাংশ হৃদৰোগৰ ৰোগীৰ তথ্য পোৱা গৈছে।

এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ২০২০ চনত কলম্বিয়াত ৫০ শতাংশ লোক চেনিযুক্ত শীতল পানীয় খোৱাৰ ফলত ডায়েবেটিছত আক্ৰান্ত হৈছিল। আমেৰিকাতো এই শীতল পানীয় সেৱনৰ বাবে টাইপ ২ ডায়েবেটিছ ৰোগীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখা গৈছে।

আমেৰিকাত ১৯৯০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৬৭১ জন ডায়েবেটিছ ৰোগী ধৰা পৰিছে। চেনিযুক্ত শীতল পানীয়ৰ বজাৰ মধ্যবিত্তীয় দেশসমূহৰ বাবে প্ৰচুৰ পৰিমাণে বিক্ৰী কৰা হয় বুলি গৱেষকসকলে উল্লেখ কৰে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে।

Tags: cold drinksDiabetesHealth

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025