• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেখিবলৈ শূন্য, কিন্তু ওলট-পালট কৰিলে আপৰ স্বপ্ন…

লজ্জাজনক! কংগ্ৰেছৰ ৬৭ গৰাকী প্ৰাৰ্থীৰে জব্দ আমানতৰ ধন

Nation NE by Nation NE
February 9, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দেখিবলৈ শূন্য, কিন্তু ওলট-পালট কৰিলে আপৰ স্বপ্ন…
Share on FacebookShare on TwitterWhatsApp

সুদীৰ্ঘ ২৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত দিল্লীৰ শাসনলৈ উভতিল বিজেপি। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বিপৰীতে এই নিৰ্বাচন আম আদমী পাৰ্টিৰ বাবে এক বৃহৎ বিপৰ্যয় বুলি প্ৰমাণিত হয়। কেৱল এয়াই নহয় চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ অহাৰ সপোনো চূৰ্ণ বিচূৰ্ণ হয় আপৰ।

বিজেপিৰ ঐতিহাসিক বিজয় আৰু আপ ক্ষমতাচ্যুত হোৱাৰ মাজতে কংগ্ৰেছক লৈ এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা। নিৰ্বাচনত কংগ্ৰেছ দলটোৱে খাটা খুলিব নোৱাৰিলেও দলটোৱে আপৰ সকলো সমীকৰণ ওলট পালট কৰি দিয়ে।

এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৪৮ খন আসনত জয়লাভ কৰে। ইয়াৰ বিপৰীতে মাত্ৰ ২২ খন আসনতে সীমাবদ্ধ থাকিল আম আদমী পাৰ্টি। কিন্তু দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনতো শোচনীয় ফলাফল দেখুৱায়। দলটোৱে আসনৰ খাটা খুলিবলৈয়ে সক্ষম নহ’ল।

কেৱল এয়াই নহয় ৭০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ ৬৭ গৰাকী প্ৰাৰ্থীৰে জব্দ হয় আমানতৰ ধন। কিন্তু ইমানৰ পিছতো দলটোৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে ওলট পালট কৰি দিলে আপৰ সমীকৰণ। পৃথকে পৃথকে নিৰ্বাচন খেলাৰ ফল ভোগ কৰিলে দুয়োটা দলে।

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ কেইবাজনো শীৰ্ষ নেতাই পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে। ইয়াৰ ভিতৰত আছে আপ প্ৰধান তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দৰে নেতা। এই সকল নেতাৰ পৰাজয়ত পৰোক্ষ ভূমিকা গ্ৰহণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে।

কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’লে হয়টো বিপৰীত ফলাফল দেখা পোৱাৰ সম্ভাৱনা আছিল।

নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা বিজেপিৰ পৰৱেশ বাৰ্মাই অৰবিন্দ কেজৰিৱালক ৪০৮৯টা ভোটত পৰাস্ত কৰে। এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰে ৪৫৬৮টা ভোট। জাংপুৰাত মনীষ ছিচ’দিয়াক বিজেপিৰ প্ৰাৰ্থী তৰবিন্দৰ সিং মাৰৱাই ৬৭৫টা ভোটত পৰাস্ত কৰে। ইয়াত কংগ্ৰেছ প্ৰাৰ্থী ফাৰহাদ ছুৰীয়ে লাভ কৰে ৭৩৫০ টা ভোট। এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে যদিহে দুয়োটা দল একত্ৰিত হ’লহেঁতেন তেন্তে বিজেপিৰ বিপক্ষে গ’লহেঁতেন ফলাফল।

কেৱল এই দুজন নেতাৰ ক্ষেত্ৰতে নহয় ৭০ খন আসনৰ প্ৰায় ১১ খন আসনতে এইধৰণৰ পৰিসংখ্যা দেখা পোৱা যায়। অৰ্থাত দুয়োটা দলে একত্ৰিত হৈ নিৰ্বাচন খেলিলে দুয়োটা পক্ষই লাভান্বিত হ’লহেঁতেন বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

Tags: #AAP#Congress#DelhiBJPDelhi Assembly Election

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025