• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক্সন মুডত অসম আৰক্ষী! এইবাৰ গো-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

Nation NE by Nation NE
July 18, 2024
in Top News, অসম
0 0
এক্সন মুডত অসম আৰক্ষী! এইবাৰ গো-মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। এইবাৰল গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গাইখোৱাত গো-মাফিয়াক কেন্দ্ৰ কৰি আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় গো-মাফিয়া ছিৰাজুল হক।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছিৰাজুল হক বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা অনুসৰি, আজি পুৱতি নিশা ছিৰাজুল হকক লগত লৈ গাইখোৱাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীৰ এটা দলে। সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল গো-মাফিয়া ছিৰাজুলে। লগে লগে গোলকগঞ্জ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ চলোৱা গুলীচালনাত আহত হয় ছিৰাজুল।

উল্লেখ্য যে, বিগত ৩০ ঘন্টাত ৰাজ্যত ৬ টাকৈ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা গোৱালপাৰাত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় দুজনকৈ দুৰ্ধৰ্ষ ডকাইত। গুলীবিদ্ধ ডকাইত দুটাৰ নাম আছান আলী আৰু জাহিদুল ইছলাম। আগিয়া থানাৰ পৰা তদন্তৰ বাবে লৈ অহাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাত দুয়োজনকে আৰক্ষীয়ে গুলীচালনা কৰে।

জানিব পৰা মতে, দুয়োজন ডকাইত ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। আছান আলী আছিল অশোক গোৱেলৰ বাহন চালক আৰু জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ বাহন চালক।

ইফালে, বুধবাৰে কাছাৰ জিলাতো সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। কাছাৰ আৰক্ষীৰ গুলীত নিহত হৈছিল উগ্ৰপন্থীৰ তিনি সদস্য। মঙলবাৰে গ্ৰেপ্তাৰ কৰা তিনি উগ্ৰপন্থী সদস্যক লৈ নিশা অভিযান চলাইছিল আৰক্ষীয়ে। সেই অভিযানৰ সময়তে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ হয়। আৰক্ষীৰ গুলীত নিহত হয় তিনি উগ্ৰপন্থী সদস্য। নিহত উগ্ৰপন্থী দুজনৰ ঘৰ কাছাৰত আৰু আনজনৰ ঘৰ মণিপুৰত।

Tags: Assam PoliceEncounter

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025