• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

Nation NE by Nation NE
July 23, 2025
in Top News, ক্ৰীড়া
0 0
৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী প্ৰসিদ্ধ খেলুৱৈ। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় আৰু নিৰ্ণায়ক এদিনীয়া মেচখনত মাত্ৰ ৮৪টা বলত ১০২ ৰানৰ ধুমুহাময় ইনিংছ খেলি নিজৰ দলটোক শক্তিশালী স্থানত ৰাখিছিল।

এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলাৰ দ্বিতীয় দ্ৰুততম শতক এই ইনিংছত হৰমনপ্ৰীতে ৮২টা বলত শতক সমাপ্ত কৰে। এইবাৰ ৰাজকোটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৭০টা বলত শতক অৰ্জন কৰিছিল কেৱল স্মৃতি মান্ধনাই।

যদিও হৰমনে স্মৃতি মান্ধনাৰ এই অভিলেখ ভংগ কৰিব নোৱাৰিলে, তথাপিও তেওঁ নিশ্চিতভাৱে মিতালী ৰাজৰ সমানেই কৰিছে। এয়া আছিল হৰমনৰ এদিনীয়া কেৰিয়াৰৰ সপ্তম শতিকা। বিশেষ কথাটো হ’ল মিতালীয়ে ২৩২খন মেচ খেলি ৭টা শতক অৰ্জন কৰাৰ বিপৰীতে হৰমনপ্ৰীতে মাত্ৰ ১৪৯খন মেচতে এই মাইলৰ খুঁটি অৰ্জন কৰিছে, অৰ্থাৎ কম মেচত ৭টা শতক অৰ্জন কৰি প্ৰাক্তন অধিনায়ক মিতালী ৰাজতকৈ আগুৱাই গৈছে।

২২ জুলাইত মানচেষ্টাৰৰ লি ষ্ট্ৰীট খেলপথাৰত খেলা তৃতীয়খন এদিনীয়াত ভাৰতে প্ৰথমে বেটিং কৰি ৫ উইকেটত ৩১৮ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধনা আৰু প্ৰতীকা ৰাৱালে ২৬-২৬ ৰান সংগ্ৰহ কৰি দলটোক ভাল আৰম্ভণি কৰে। তিনি নম্বৰ স্থানত অহা হাৰ্লিন দেউলে ৪৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইয়াৰ পিছতে হৰমনপ্ৰীতৰ বিস্ফোৰণ দেখা যায়, ১০২ ৰান সংগ্ৰহ কৰি ১৪টা ফ’ৰ মাৰি অধিনায়কত্বৰ শৈলীত ক্লাছিক বেটিং কৰে। জেমিমা ৰড্ৰিগেছেও অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ৰিচা ঘোষে ৩৮ ৰান সংগ্ৰহ কৰে।

অৱশ্যে এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ স্মৃতি মান্ধনাৰ হাতত আছে। ১০৫খন এদিনীয়া মেচত ১১টা শতক অৰ্জন কৰিছে ছানীয়ে। এতিয়া এই তালিকাত হৰমনপ্ৰীত আৰু মিতালী যৌথভাৱে ৭টাকৈ শতকৰে দ্বিতীয় স্থানত আছে।

Tags: #cricketSportsWomen Cricketer

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025