• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ

Nation NE by Nation NE
August 4, 2025
in Top News, ক্ৰীড়া
0 0
ভাৰত-ইংলেণ্ডৰ টেষ্ট ছিৰিজ, শুভমান গীল আৰু দলে সৃষ্টি কৰিলে ইতিহাসৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰত বনাম ইংলেণ্ড টেষ্ট ছিৰিজ ২০২৫ত দুয়োটা দলে মুঠ ২১টা শতক অৰ্জন কৰা হৈছে।শ্বুভমান গিল আছিল সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন, যিয়ে মুঠ ৪টা শতক অৰ্জন কৰিছিল। কিন্তু ভাৰত আৰু ইংলেণ্ডৰ বেটছমেনে একেলগে সমতা স্থাপন কৰিলেও, ভংগ নহ’ল ৭০ বছৰীয়া বিশ্ব অভিলেখ।

শতকৰ ক্ষেত্ৰত ইংলেণ্ডতকৈ আগবাঢ়ি আছে ভাৰতীয় বেটছমেন। এই শৃংখলাত টীম ইণ্ডিয়াই ১২টা শতক অৰ্জন কৰাৰ বিপৰীতে ইংলেণ্ডৰ বেটছমেনে ৯টা শতকহে অৰ্জন কৰে। দ্য অ’ভেলত অনুষ্ঠিত হৈ থকা ৫ম টেষ্টত ভাৰতৰ হৈ যশস্বী জয়ছৱালে শতক অৰ্জন কৰে। ইংলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত জো ৰুট আৰু হেৰী ব্ৰুক শতক অৰ্জন কৰে। পাঁচখন টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰে প্ৰথমখন মেচত, য’ত ভাৰতে দুয়োখন ইনিংছতে ৫টা শতক আৰু ইংলেণ্ডে ইনিংছত ২টা শতক অৰ্জন কৰে।

ইতিহাসত ভাৰতীয় বেটছমেনে টেষ্ট শৃংখলাত ১২টা শতক অৰ্জন কৰাৰ বিপৰীতে বিশ্ব ক্ৰিকেটত চতুৰ্থবাৰৰ বাবেহে এনেকুৱা হৈছে। অধিনায়ক শুভমন গীলে ৪ শতক অৰ্জন কৰিছে, তেওঁ ২৬৯ ৰানৰ ঐতিহাসিক ইনিংছও খেলিছে। টেষ্ট শৃংখলাত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে সম পৰ্যায়ত উপনীত হৈছে।

Tags: #cricketSportsTest Series

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025