• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গৌৰৱান্বিত অসম! ৫ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাত অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে

      Nation NE by Nation NE
      October 4, 2024
      in Top News, অসম, ৰাষ্ট্ৰীয়
      0 0
      গৌৰৱান্বিত অসম! ৫ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাত অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে
      Share on FacebookShare on TwitterWhatsApp
      বৃহস্পতিবাৰে অসমবাসীৰ বাবে আহিল এক বহু প্ৰত্যাশিত খৱৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে। ই অসমৰ ইতিহাসত অসমীয়া ভাষাৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হয়।
      ইয়াৰ পূৰ্বে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। পূৰ্বে স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে- তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া। এতিয়াৰে পৰা ভাৰতৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল মুঠ ১১টা।
      বৃহস্পতিবাৰে এই ৫ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়।
      প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে যে,  মাৰাঠী হৈছে ভাৰতৰ গৌৰৱ। এই ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে অভিনন্দন। এই সন্মানে আমাৰ দেশৰ ইতিহাসত মাৰাঠীৰ সমৃদ্ধ সাংস্কৃতিক অৱদানক স্বীকৃতি দিয়ে। মাৰাঠী সম্প্ৰদায় সদায় ভাৰতীয় ঐতিহ্যৰ আধাৰ হৈ আহিছে।
      লগতে তেওঁ ইয়াকো কয় যে, তেওঁ অত্যন্ত সুখী যে দুৰ্গা পূজাৰ এই পৱিত্ৰ উৎসৱৰ পূৰ্বে বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে। বঙালী সাহিত্যই বহু বছৰ ধৰি অগণন লোকক অনুপ্ৰাণিত কৰিছে। ইয়াৰ বাবে তেওঁ সমগ্ৰ বিশ্বৰ সকলো বাঙালী ভাষী লোকক অভিনন্দন জনায়।
      অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে এক্সপোষ্টত লিখে যে, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত তেওঁ অত্যন্ত সুখী। বহু শতাব্দী ধৰি অসম সংস্কৃতিৰে সমৃদ্ধ হৈ আছে আৰু সকলোকে এক সমৃদ্ধ সাহিত্য পৰম্পৰা প্ৰদান কৰিছে। এই ভাষাটো অনাগত সময়ত আৰু অধিক জনপ্ৰিয় হৈ উঠিব বুলি তেওঁ অভিনন্দন জ্ঞাপন কৰে।
      প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা এক্স পোষ্টত লিখিছে যে, পালি আৰু প্ৰাকৃত হৈছে ভাৰতীয় সংস্কৃতিৰ উৎপত্তি। এই ভাষা হৈছে আধ্যাত্মিকতা, জ্ঞান আৰু দৰ্শনৰ ভাষা। এই দুই ভাষাই নিজৰ সাহিত্যিক পৰম্পৰাৰ বাবেও জনাজাত। ধ্ৰুপদী ভাষা হিচাপে এই ভাষাৰ স্বীকৃতিয়ে ভাৰতীয় চিন্তা, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত ইয়াৰ কালজয়ী প্ৰভাৱক সন্মান কৰে।
      Tags: AssameseCultural LanguageProud

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist