মেষ- আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-বগা।
বৃষ- আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।
মিথুন- কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-বগা।
কৰ্কট- আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব। ব্যৱসায়ীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।
সিংহ- শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।
কন্যা- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।
তুলা- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।
বৃশ্চিক- আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।
ধনু- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ নম্বৰ-১, শুভ ৰং-নীলা।
মকৰ- কৰ্মস্থানত যথেষ্ট উন্নতিৰ যোগ৷ মন উৎসাহিত হৈ থাকিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৩, শুভ ৰং-শুভ্ৰ।
কুম্ভ- আজিৰ দিনটো আপুনি সাহিত্য-সংস্কৃতিত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-৯, শুভ ৰং-বেঙুনীয়া।
মীন- কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-নীলা।