• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে চাই লওক আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
October 27, 2024
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ আনৰ প্ৰতি দয়া-মমতা বাঢ়িব। শিক্ষাৰ্থীৰ শুভ। শুভ সংখ্যা – ৪, শুভ ৰং- গুলপীয়া।

বৃষ- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। বগা চন্দন দান কৰক। শুভ সংখ্যা – ৫, শুভ ৰং-পাতল নীলা।

মিথুন- ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। আনৰ বদনাম নকৰিব। শুভ সংখ্যা -২, শুভ ৰং-ৰঙা ।

কৰ্কট – কৰ্মত উন্নতি।সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। খৰচ বাঢ়িব পাৰে। শুভ সংখ্যা – ৭, শুভ ৰং- সেউজীয়া।

সিংহ- শৰীৰ ভালে থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা।

কন্যা- কৰ্মত আশাবাদী। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল। শুভ নম্বৰ- ৩, শুভ ৰং-গেৰুৱা।

তুলা- ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-হালধীয়া।

বৃশ্চিক – শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। সহযোগীৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-বগা আৰু নীলা।

ধনু- শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী।

মকৰ – মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। উদাৰতা, সৰলতা বৃদ্ধিৰ যোগ। শুভ নম্বৰ- ২, শুভ ৰং- সেউজীয়া।

কুম্ভ- শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ সংখ্যা – ৯, শুভ ৰং-পাতল নীলা।

মীন- প্ৰেমত শুভ। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৬, শুভ ৰং-বগা।

Tags: #AssamDaily HororscopeHoroscopeSunday

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025