• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন; জানক সবিশেষ…

Nation NE by Nation NE
January 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ; নিৰ্ণয় হ’ব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বহু প্ৰতিক্ষীত দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰে। ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

এটা পৰ্যায়তে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ফেব্ৰুৱাৰীত।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰযোজ্য হ’ল নিৰ্বাচন আচৰণ বিধি। এইবাৰ ১৩ হাজাৰ ৩৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৫৫ লাখ। ইয়াৰে ৮৩ লাখৰো অধিক ভোটাৰ হৈছে পুৰুষ। এই কথা জনাই মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

অহা ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব দিল্লী বিধানসভাৰ কাৰ্যকাল।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। এইবাৰৰ নিৰ্বাচনত শাসকীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাসী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাৰ সমান্তৰালকৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক।

ইফালে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই শাসনাধিষ্ঠ আপে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছৰ লগতে বিজেপিয়েও এখন এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা দেখা গৈছে।

স্মৰ্তব্য যে, ২০২০ বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত আপে ৬২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮খন আসনত জয়ী হৈছিল।

Tags: #AAP#Congress#DelhiBJPDelhi Assembly Election

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025