• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী বিধানসভা নিৰ্বাচন; ১১ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা AAPৰ

Nation NE by Nation NE
November 21, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
দিল্লী বিধানসভা নিৰ্বাচন; ১১ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা AAPৰ
Share on FacebookShare on TwitterWhatsApp

অহা বছৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। আম আদমী পাৰ্টীয়ে সকলো আশ্বৰ্যকৰ তুলি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। এই ১১ জন প্ৰাৰ্থীৰ ভিতৰত ৬ জনেই হৈছে বিজেপি আৰু কংগ্ৰেছৰ পৰা আপত যোগদান কৰা নেতা।

বিজেপি দল ত্যাগ কৰি আপৰ প্ৰাৰ্থিত্ব লাভ কৰা কেইগৰাকী হ’ল বিবি ত্যাগী, অনিল ঝা আৰু ব্ৰহ্ম সিং তম্বৰ।

চতৰপুৰৰ আপৰ বিধায়ক কৰতাৰ সিং তম্বৰে দল এৰি বিজেপিত যোগদান কৰাত এই সমষ্টিটোত আপে ব্ৰহ্ম সিং তম্বৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ব্ৰহ্ম তম্বৰ বিজেপি এৰি আপত যোগ দিছিল।

উল্লেখ্য যে, ৭০ খন আসনৰ বাবে হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচন অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব। ২০২০ চনত অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত আপে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসনতে জয়ী হৈছিল।

উল্লেখ্য যে, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পূৰ্বতেই ঘোষণা কৰি থৈছিল যে জনসাধাৰণৰ পছন্দ অনুসৰি তথা জয়ী হ’ব পৰা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।

১১টা সমষ্টিৰ বাবে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা

Tags: #AAP#Arvind KejriwalAssembly Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025