• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

Nation NE by Nation NE
May 14, 2025
in Top News, ক্ৰীড়া
0 0
দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১৭ মে’ৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব চলিত ছিজনৰ আই পি এলৰ বাকী থকা মেচসমূহ। প্ৰায় অন্তিম পৰ্যায়ত থকা এই প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে দিল্লী কেপিটেলছ দলৰ অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ।

দলটোৰ ষ্টাৰ বেটাৰ তথা অপেনাৰ জেক ফ্ৰেজৰ-মেকগৰ্ক প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহৰ পৰা বাহিৰ হৈছে। চলিত ছিজনত মেকগৰ্কে দিল্লীৰ হৈ ৬ খন মেচ খেলি মাত্ৰ ৫৬ ৰান কৰিবলৈ সক্ষম হৈছে। এই সময়ত তেওঁৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ আছিল ৩৮ ৰান।

মেকগৰ্কৰ ঠাইত বাংলাদেশৰ ষ্টাৰ বলাৰ মুস্তাফিজুৰ ৰহমানক চুক্তিবদ্ধ কৰা বুলি বুধবাৰে দিল্লী কেপিটেলছৰ তৰফৰ পৰা জানিব দিয়ে।

উল্লেখ্য যে, আই পি এল ২০২৫ বৰ্ষৰ পূৰ্বে অনুষ্ঠিত হোৱা মেগা নিলামত কোনো এজন বাংলাদেশী ক্ৰিকেটাৰেই কোনো এটা দলত চুক্তিবদ্ধ হোৱা নাছিল।

প্ৰথমবাৰৰ বাবে ২০১৬ চনত আই পি এলত অভিষেক ঘটিছিল মুস্তাফিজুৰ ৰহমানৰ। তেওঁ প্ৰথমবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল। ছানৰাইজাৰ্ছৰ উপৰি মুস্তাফিজুৰে মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছকো প্ৰতিনিধিত্ব কৰিছে।

স্মৰ্তব্য যে, ভাৰত-পাকিস্তানৰ মাজত চলা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বাবে কিছুদিনলৈ আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল বি চি চি আইয়ে। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা যুদ্ধবিৰতিৰ বাবে পুনৰ শান্তি ঘূৰি অহাত পুনৰ ১৭ মে’ৰ পৰা আই পি এলৰ বাকী থকা মেচসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: Delhi CapitalsIPL 2025Mustafizur Rahman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025