• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাৰ্জিল ইমাম আৰু উমৰ খালিদৰ জামিন আবেদন নাকচ

Nation NE by Nation NE
September 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
চাৰ্জিল ইমাম আৰু উমৰ খালিদৰ জামিন আবেদন নাকচ
Share on FacebookShare on TwitterWhatsApp

কা-বিৰোধী আন্দোলনৰ সময়ত উচটনিমূলক মন্তব্যৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ কৰোৱাৰ অভিযোগত চলি থকা দেশদ্ৰোহৰ গোচৰত চাৰ্জিল ইমাম, উমৰ খালিদ, খালিদ ছাইফি, তাছলীম আহমেদকে ধৰি ৯ জন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

এই সিদ্ধান্ত ন্যায়াধীশ নবীন চাওলা আৰু ন্যায়াধীশ শৈলেন্দ্ৰ কৌৰৰ বিচাৰপীঠে প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে যুক্তি প্ৰদান কৰিছিল যে ২০২০ চনৰ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আয়োজন কৰা প্ৰতিবাদে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লোৱাৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী আছিল চাৰ্জিল ইমাম। ১০ জুলাইত এই সিদ্ধান্ত সংৰক্ষিত কৰিছিল আদালতে।

জামিন আবেদন নাকচ কৰি আদালতে স্বীকাৰ কৰে যে এই অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ। এই গোচৰত অভিযোগ উত্থাপন হৈছে যে অভিযুক্তই CAA আৰু NRCৰ বিৰুদ্ধে প্ৰতিবাদৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ কৰোৱাৰ কৌশল ৰচনা কৰিছিল।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত এই সাম্প্ৰদায়িক সংঘৰ্ষত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হৈছিল।

দিল্লী আৰক্ষীৰ মতে, এক ষড়যন্ত্ৰৰ অংশ হিচাপে হোৱাটছএপ গ্ৰুপ, ভাষণ আৰু বৈঠকৰ জৰিয়তে উচটনিমূলক মন্তব্য আৰু কথা প্ৰচাৰ কৰা হৈছিল, যাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশখনৰ ভাবমূৰ্তি কলংকিত হ’ব পাৰে।

Tags: #DelhiCAAHigh CourtNRCSharjeel ImamUmar Khalid

Related Posts

ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025
আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

October 21, 2025

শীৰ্ষ সংবাদ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025