• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে লাভ কৰিলে জামিন; আদালততে উচুপি উঠিল পত্নী

Nation NE by Nation NE
October 18, 2024
in Top News, ক্ৰীড়া
0 0
দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে লাভ কৰিলে জামিন; আদালততে উচুপি উঠিল পত্নী
Share on FacebookShare on TwitterWhatsApp

অৱশেষত জামিন লাভ কৰিলে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে ধন সৰবৰাহৰ গোচৰত তেওঁক এই সকাহ প্ৰদান কৰে। তেওঁক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰা হৈছে।

ৰাউজ এভিনিউ আদালতে কয় যে সত্যেন্দ্ৰ জৈনে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল। এই বিচাৰ সম্পূৰ্ণ হোৱাটো দূৰৰ কথা, শীঘ্ৰে আৰম্ভ হোৱাৰো সম্ভাৱনা নাই। সত্যেন্দ্ৰ জৈন জামিনৰ অধিকাৰী।

আদালতে লগতে কয় যে তেওঁ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰে লগতে ভাৰতৰ বাহিৰলৈও যাত্ৰা নকৰাৰ চৰ্তত জামিন প্ৰদান কৰা হয়।

উল্লেখ্য যে, ২০২২ চনৰ মে’ মাহত প্ৰৱৰ্তন সঞ্চালকাল চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সত্যেন্দ্ৰ জৈনক। বিগত বৰ্ষৰ মে’ মাহত স্বাস্থ্যজনিত সমস্যাৰ বাবে আপ নেতা জৈনে জামিন লাভ কৰিছিল। ১০ মাহৰ জামিনত আছিল তেওঁ।

অৱশ্যে চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁৰ নিয়মীয়া জামিনৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় যদিও আদালতে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কয়। ১৮ মাৰ্চত তেওঁ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে, জামিন প্ৰদান কৰাৰ লগে লগে আদালতত উপস্থিত থকা তেওঁৰ পত্নীয়ে আৱেগিক হৈ পৰে আৰু আদালতৰ ভিতৰতে তেওঁ কান্দি দিয়ে।

Tags: #AAP#DelhiRouse Avenue CourtSatyendar Jain

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025