• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুৰুত্বপূৰ্ণ ফাইল, নথি-পত্ৰ চুৰি হোৱাৰ শংকাত দিল্লী সচিবালয় ছীল কৰাৰ নিৰ্দেশ

Nation NE by Nation NE
February 8, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
গুৰুত্বপূৰ্ণ ফাইল, নথি-পত্ৰ চুৰি হোৱাৰ শংকাত দিল্লী সচিবালয় ছীল কৰাৰ নিৰ্দেশ

দিল্লী সচিবালয়।

Share on FacebookShare on TwitterWhatsApp

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলক ওফৰাই ২৭ বছৰৰ মূৰত শাসনত অধিষ্ঠিত হ’বলৈ আগবাঢ়িছে বিজেপি। বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছতে দিল্লী চৰকাৰৰ শাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে সচিবালয় ছীল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

সুৰক্ষাজনিত কাৰণ তথা সচিবালয়ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ চুৰি হোৱাৰ আশংকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগৰ অনুমতি অবিহনে যিকোনো ধৰণৰ ফাইল, নথি-পত্ৰ, কম্পিউটাৰ হাৰ্ডৱেৰ আদি সচিবালয়ৰ পৰা যাতে নিব নোৱাৰে তাৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰিছে।

জাননীখনত কোৱা হৈছে যে ফাইল, নথি-পত্ৰ, ইলেক্ট্ৰ’নিক ফাইল আদিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই নিৰ্দশনা প্ৰদান কৰা হোৱা বুলি জনায়।

উল্লেখ্য যে, বিগত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। এতিয়ালৈকে অহা ফলাফলৰ পৰা এই কথা নিশ্চিত হৈছে যে দিল্লীত ২৭ বছৰৰ মূৰত বিজেপিয়ে শাসনত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই পৰ্যন্ত বিজেপিয়ে ২৩ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ২৪ খন আসনত বৃহৎ অগ্ৰগতি লাভ কৰি আছে। আনহাতে শাসনাধিষ্ঠিত আপে ১১ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১২ খন আসনত আগবাঢ়ি আছে। ইফালে এই পৰ্যন্ত এখনো আসনত জয় বা অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছে।

নিৰ্বাচনৰ আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল যে আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী মনীষ ছিচ’ডিয়া, প্ৰাক্তন মন্ত্ৰী সত্যন্দ্ৰ জৈনৰ দৰে নেতাই পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে।

Tags: #AAP#DelhiBJPDelhi Assembly ElectionElection Results

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025