• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰ্তব্যত গাফিলতিৰ পৰিণতি! চাকৰি হেৰুৱালে এয়াৰ ইণ্ডিয়াৰ তিনি শীৰ্ষ বিষয়াই

Nation NE by Nation NE
June 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কৰ্তব্যত গাফিলতিৰ পৰিণতি! চাকৰি হেৰুৱালে এয়াৰ ইণ্ডিয়াৰ তিনি শীৰ্ষ বিষয়াই

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

উপৰ্যুপৰি কৰ্তব্যত গাফিলতিৰ পৰিণতিত এয়াৰ ইণ্ডিয়াৰ তিনিগৰাকী শীৰ্ষ কাৰ্যবাহীয়ে চাকৰি হেৰুৱালে। এই তিনিওজন বিষয়াৰ বিৰুদ্ধে দীৰ্ঘ সময়জুৰি কৰ্তব্যত খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ তুলি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অভিয়োগ প্ৰতিপন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই তিনি শীৰ্ষ বিষয়াক অবিলম্বে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশনা জাৰি কৰে।

উল্লেখ্য যে, এই বিষয়াকেইজনৰ ওপৰত ন্যস্ত আছিল বিমানকৰ্মীৰ সময়সূচী নিৰ্ধাৰণৰ দায়িত্ব। কিন্তু দীৰ্ঘ সময় ধৰি এই কামত গাফিলতি কৰি আহিছিল সংশ্লিষ্ট বিষয়া কেইজনে।

উত্থাপিত অভিযোগ অনুসৰি, এই বিষয়াকেইজনে বাধ্যতামূলকভাৱে কিছুমান কৰ্মচাৰীক কামত খটুৱাইছিল। কেৱল এয়াই নহয় কিছুমানক অনুজ্ঞাপত্ৰ অবিহনেই বিমানত কৰ্তব্য দিয়াৰো অভিযোগ আছে।

ইয়াৰ উপৰি অত্যধিক কামৰ হেচাত কিছু বিমান কৰ্মীয়ে পোৱা নাছিল বিশ্ৰামৰ পৰ্যাপ্ত সময়। অনুসন্ধানৰ অন্তত সম্প্ৰতি পোহৰলৈ আহিছে এইবোৰ অনিয়মৰ তথ্য।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ কোপদৃষ্টিত পৰা এয়াৰ ইণ্ডিয়াৰ তিনি শীৰ্ষ বিষয়া হৈছে এয়াৰ ইণ্ডিয়াৰ ডিভিজনেল ভাইচ প্ৰেচিডেণ্ট চূড়া সিংহ, ডিৰেক্টৰেট অৱ অপাৰেশ্যনছ ক্ৰিউ চিডিয়ুলিঙৰ চীফ মেনেজাৰ পিংকি মিট্টাল আৰু ক্ৰিউ চিডিয়ুলিং প্লেনিঙৰ পায়েল আৰোৰা।

এই তিনি বিষয়াই মানি চলা নাছিল বিভাগীয় নীতি-নিৰ্দেশনা। এয়াৰ ইণ্ডিয়াৰ বিমানকর্মী সকলৰ সময়সূচী নিৰ্ধাৰণৰ দায়িত্বত আছিল এই তিনি বিষয়া।

উল্লেখ্য যে, ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাত ২৪২ গৰাকী যাত্ৰীৰ ভিতৰত ২৪১ গৰাকীৰে মৃত্যু হৈছিল। ইয়াৰ উপৰি আন একাংশ লোকো এই দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল।

Tags: Air IndiaDGCASenior Official

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025