• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনতেৰাচ উপলক্ষে ক’ত পোৱা যাব সস্তীয়া সোণ? মাত্ৰ ১০০১ টকাতেই লাভ কিনক বিশুদ্ধ সোণ

Nation NE by Nation NE
October 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ধনতেৰাচ উপলক্ষে ক’ত পোৱা যাব সস্তীয়া সোণ? মাত্ৰ ১০০১ টকাতেই লাভ কিনক বিশুদ্ধ সোণ
Share on FacebookShare on TwitterWhatsApp

আজি ধনতেৰাচ অৰ্থাৎ ২৯ অক্টোৱৰত। ধনতেৰাচত সোণ-ৰূপ ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু যদিহে আপোনাৰ হাতত সময় নাই বা এই হুলস্থুলত গহনা দোকানলৈ যাব নিবিচাৰে, তেন্তে ঘৰতে বহি মাত্ৰ ৩০ ছেকেণ্ডতে বিশুদ্ধ সোণ কিনিব পাৰিব।

অনলাইনত সোণ ক্ৰয় কৰাটো সহজ আৰু আপুনি এই সোণ যেতিয়াই বিচাৰে, তেতিয়াই অনলাইনত বিক্ৰী কৰিব পাৰে।

আচলতে যদিহে আপুনি সোণত অতিমাত্ৰা বিনিয়োগ কৰিব নিবিচাৰে, আৰু ধনতেৰাচৰ শুভমুহূৰ্তত মাত্ৰ ১০০১ টকাতেই সোণ কিনিব বিচাৰে, তেন্তে ঘৰতেই বহি অনলাইনত কিনিব সোণ কৰিব পাৰিব।

প্ৰথম উপায়:

যদি আপুনি পেটিএম ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ জৰিয়তে ১০০১ টকাৰ সোণ কিনিব পাৰিব। পেটিএম খোলাৰ লগে লগে আপুনি Buy Gold ৰ অপশ্বন পাব। য’ৰ পৰা যিমান বিচাৰে, সিমান সোণ কিনিব পাৰি। পেমেণ্টৰ সময়ত আপুনি সোণৰ মূল্য যোগ কৰি ৩ শতাংশ দিব লাগিব।

উদাহৰণস্বৰূপে আজি পেটিএমৰ পৰা ১০০১ টকাৰ সোণ কিনিলে বিনিময়ত ০.১২৩৯ গ্ৰাম সোণ পাব। চূড়ান্ত পৰিশোধৰ সময়ত গ্ৰাহকে ৩ শতাংশ জি এছ টি দিব লাগিব। এইদৰে আপুনি মুঠ ১০৩১.০৪ টকা দিব লাগিব।

পেটিএমৰ জৰিয়তে সোণৰ বাবে ধন দিয়াৰ লগে লগে। বিনিময়ত আপোনাকো একে পৰিমাণৰ সোণ দিয়া হ’ব। বিনিময়ত আপুনি ক্ৰয়ৰ ৰচিদ পাব। প্ৰয়োজন হ’লে অনলাইনতো বিক্ৰী কৰিব পাৰে। সুবিধাৰ কথা ক’বলৈ গ’লে, সোণৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ বিনিয়োগো বৃদ্ধি পাব। ডিজিটেল মাধ্যমৰ জৰিয়তে ক্ৰয় কৰা সোণ ২৪ কেৰেট বিশুদ্ধ।

দ্বিতীয় উপায়:

কেৱল এয়াই নহয়, এমএমটিচি-পিএএমপিৰ অফিচিয়েল ৱেবছাইটৰ পৰা ঘৰতে বহি সোণ কিনিব পাৰিব। এমএমটিচি-পিএএমপি হৈছে দেশৰ একমাত্ৰ এলবিএমএ স্বীকৃতিপ্ৰাপ্ত সোণ শোধনাগাৰ কোম্পানী।

ইয়াৰ জৰিয়তে গ্ৰাহকে সোণ ক্ৰয়, বিক্ৰী বা ৰিডিম কৰিব পাৰে। ইয়াত গ্ৰাহকে বজাৰৰ সৰ্বনিম্ন মূল্যত ৯৯৯.৯ বিশুদ্ধতা প্ৰমাণিত সোণ কিনিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি কমেও ১ গ্ৰাম সোণ কিনিব লাগিব। পেটিএমৰ উপৰিও বহুতো মোবাইল ৱালেট প্লেটফৰ্ম আছে, যিয়ে গ্ৰাহকক এই সুবিধা প্ৰদান কৰি আছে।

অন্যান্য বিকল্পও উপলব্ধ

উল্লেখযোগ্য যে, ডিজিটেলভাৱে সোণ কিনাটোৱেই আটাইতকৈ সহজ উপায়। বহু বেংক, মোবাইল ৱালেট আৰু ব্ৰোকাৰেজ কোম্পানীয়ে এমএমটিচি-পিএএমপি বা ছেফগ’ল্ডৰ সৈতে বান্ধ খাই নিজৰ এপৰ জৰিয়তে সোণ বিক্ৰী কৰে। ইয়াৰ উপৰিও পণ্য বিনিময়ৰ অধীনত শ্বেয়াৰ বজাৰতো সোণ ক্ৰয়-বিক্ৰয় কৰিব পাৰিব।

লগতে ফ্লিপকাৰ্ট আৰু আমাজনত সোণৰ মুদ্ৰাকে ধৰি গহনা কিনিব পাৰিব। লগতে তনিষ্ক, কল্যাণ জুৱেলাৰ্ছ, চেংকো গোল্ড আৰু পিচি জুৱেলাৰছৰ ৱেবছাইটৰ পৰা গহনা আৰু সোণ আৰু ৰূপৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

ইয়াৰ উপৰিও মিছড কলৰ জৰিয়তে সোণ-ৰূপৰ দাম চাব পাৰিব। ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ দাম জানিবলৈ আপুনি ৮৯৫৫৬৬৪৪৩৩ নম্বৰত মিছড কল কৰিব পাৰে। কিছু সময়ৰ ভিতৰতে আপুনি এছএমএছৰ জৰিয়তে মূল্যৰ তথ্য লাভ কৰিব। একে সময়তে আপুনি অফিচিয়েল ৱেবছাইট ibjarates.com ত গৈ পুৱা আৰু গধূলি সোণৰ মূল্যৰ আপডেট জানিব পাৰিব।

Tags: DhanterasDiwaliFestival

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Top News

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

October 23, 2025
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025