• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিয় পালন কৰা হয় ধনতেৰাচ উৎসৱ, জানি লওক ভগৱান ধন্বন্তৰীৰ কথা

Nation NE by Nation NE
October 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কিয় পালন কৰা হয় ধনতেৰাচ উৎসৱ, জানি লওক ভগৱান ধন্বন্তৰীৰ কথা
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক বছৰে কাতি মাহত দীপাৱলী উৎসৱ অতি উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। বৈদিক পঞ্জিকা অনুসৰি ধনতেৰাচ উৎসৱ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত পালন কৰা হয়।

এইবাৰ অৰ্থাৎ ২০২৪ চনত ধনতেৰাচ উৎসৱ ২৯ অক্টোবৰ অৰ্থাৎ আজি  পালন কৰা হ’ব। এই বিশেষ অনুষ্ঠানত ঘৰলৈ নতুন সামগ্ৰী ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ধনতেৰাচৰ দিনা মা লক্ষ্মীৰ সৈতে ধন্বন্তৰী ভগৱানক পূজা কৰা হয়। এই দিনটোত ভগৱান ধন্বন্তৰীৰ লগতে মা লক্ষ্মীক পূজা কৰিলে আশীৰ্বাদ পোৱা যায় আৰু জীৱনত কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় বুলি ধৰ্মীয় বিশ্বাস আছে।

ভগৱান ধন্বন্তৰীৰ কাহিনী

কিংবদন্তি অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত ভগৱান ধন্বন্তৰীৰ আৱিৰ্ভাৱ হৈছিল। সাগৰ মন্থনৰ সময়ত বিষ আৰু অমৃতকে ওলাই আহে। ইয়াৰ পিছত সাগৰৰ মন্থনৰ সময়ত অমৃতৰ পাত্ৰ লৈ ভগৱান ধন্বন্তৰীৰ আবিৰ্ভাৱ হয়। এই কাৰণেই ধনতেৰাচ উৎসৱক ভগৱান ধন্বন্তৰীৰ আৱিৰ্ভাৱ উৎসৱ হিচাপে দেশজুৰি পালন কৰিবলৈ আৰম্ভ কৰে।

ভগৱান ধন্বন্তৰীৰ হাতত এটা কলহ আছিল, সেয়েহে ধনতেৰাৰ দিনা সোণ, ৰূপ বা বাচন-বৰ্তন ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ভগৱান ধন্বন্তৰীক চিকিৎসা আৰু ৰোগ নিৰাময়ৰ দেৱতা বুলিও গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে, ধন্বন্তৰীক পূজা কৰিলে সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পোৱা যায়।

ধনতেৰাচৰ সৈতে জড়িত দ্বিতীয় কাহিনী

ধনতেৰাচ উৎসৱ পালনৰ দ্বিতীয় কাহিনীটো জগতৰ সৃষ্টিকৰ্তা বিষ্ণুৰ বামন অৱতাৰৰ সৈতে জড়িত। এই কাহিনী ভাগৱত পুৰাণত উল্লেখ কৰা আছে। এই জনপ্ৰিয় কাহিনী অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত বামন অৱতাৰে অসুৰ বালীৰ পৰা দান হিচাপে ত্ৰিলোক বিচাৰিছিল আৰু দেৱতাসকলক তেওঁলোকৰ হেৰুৱা ধনৰ যোগান ধৰা হৈছিল। এই কাৰণতে প্ৰতিবছৰে দীপাৱলীৰ প্ৰাকমূহুৰ্তত ধনতেৰাচ উৎসৱ পালন কৰা হয়।

Tags: DhanterasDiwaliFestival

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025