• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
23 °c
Guwahati
24 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

Nation NE by Nation NE
June 14, 2025
in Top News, অসম
0 0
ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী
Share on FacebookShare on TwitterWhatsApp

ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাত লাগিছে হাহাকাৰ। গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰ বিষয়াৰ এখন জাননীয়ে হাহাকাৰ লগাইছে হাচিলা বিলত।

এই উচ্চেদৰ জাননীক লৈয়ে গোৱালপাৰাত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ২০০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছে।

গোৱালপাৰা জিলাৰ বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত হাচিলা বিলত পুনৰ উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে। প্ৰশাসনৰ পৰা প্ৰকাশ পোৱা জাননী অনুসৰি, স্থানীয় লোকসকলক দুদিনৰ সময়সীমা দিয়া হৈছে। এই সময়চোৱাৰ ভিতৰত ঘৰ-বাৰী, দোকান-পোহাৰ, অট্টালিকা তথা অন্যান্য ঠায়ো খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত ভূমি খালী নকৰে, তেন্তে প্রশাসনে আইনগত ব্যৱস্থা গ্ৰহণ কৰি সকলো অবৈধ স্থাপনৰ উচ্ছেদ কৰিব বুলি জাননীৰ দ্বাৰা স্পষ্টভাৱে উল্লেখ কৰিছে। এই খবৰৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰো সৃষ্টি হৈছে। উচ্ছেদ সম্বন্ধে আব্দুৰ ৰহিম জিব্ৰানে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি আছে বুলি জনায়।

Tags: #AssamDhubrieviction

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025