• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিক্ষা সেতুক অংগুষ্ঠ! বিহুৰ পূৰ্বে দৰমহা কৰ্তন ৩৬৮ গৰাকী শিক্ষকৰ

Nation NE by Nation NE
April 11, 2025
in Top News, অসম
0 0
শিক্ষা সেতুক অংগুষ্ঠ! বিহুৰ পূৰ্বে দৰমহা কৰ্তন ৩৬৮ গৰাকী শিক্ষকৰ
Share on FacebookShare on TwitterWhatsApp

চৰকাৰী শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোতে নামনি অসমৰ ধুবুৰীত কৰ্তন কৰা হ’ল ৩৬৮ গৰাকী শিক্ষকৰ দৰমহা। ধুবুৰী জিলাৰ ৩৬৮ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষকসকলৰ মাজত।

উল্লেখ্য যে, শিক্ষকসকলে বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ তথ্য প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে আনিছিল শিক্ষা সেতুৰ এপ। কিন্তু শেহতীয়াকৈ শিক্ষকসকলে এই এপত নিজৰ উপস্থিতিৰ তথ্য নিদিয়াক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। যিহেতু শিক্ষা বিভাগে পূৰ্বতে জাননীযোগে শিক্ষা সেতুত উপস্থিতি প্ৰদান কৰাটো বাধ্যতামূলক কৰিছিল।

কিন্তু কঠোৰ নিৰ্দেশনাৰ পাছতো একাংশ শিক্ষকে শিক্ষা সেতু এপত নিজৰ উপস্থিতি প্ৰদান নকৰাত ধুবুৰী শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দৰমহা কৰ্তনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে।

দৰমহা কৰ্তনৰ পিছতে শিক্ষকসকলৰ মাজত তীব্ৰ ক্ষোভ অসন্তুষ্টি দেখা দিয়াৰ লগতে শিক্ষকসকলে বিদ্যালয়সমূহত নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে বুলি অজুহাত দেখুৱাই নিজৰ দোষ শিক্ষা বিভাগৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰে।

ইয়াৰ পূৰ্বেও শিক্ষাসেতুৰ উপস্থিতিক লৈ ৰাজ্যৰ শিক্ষা বিভাগে তদন্ত কমিটীৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিল। তাৰ পিছতো একাংশ শিক্ষকে ৰাজ্য চৰকাৰক ভেঙুচালী কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

Tags: #AssamDhuburiTeacher

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025