• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

Nation NE by Nation NE
July 30, 2025
in Top News, অসম
0 0
মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ
Share on FacebookShare on TwitterWhatsApp

ডিব্ৰুগড়ত মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ। গোপন ফটো তুলি ব্লেকমেইলিং কৰাৰ অভিযোগ এইগৰাকী লম্পটৰ বিৰুদ্ধে।

ডিব্ৰুগড়ৰ লাহোৱালত মহিলাৰ শ্লীলতা হানিৰ অপচেষ্টা চলাই নৰেন্দ্ৰ পণ্ডিত নামৰ এজন লম্পটে। এগৰাকী মহিলাৰ স্নান কৰি অহা অৱস্থাত গোপনে ফটো তুলি ব্লেকমেইল কৰিছিল এইজন অনা-অসমীয়া পাষণ্ডই।

বোৱাৰীগৰাকীক ব্লেকমেইলিঙৰ লগতে অসৎ কাৰ্য্য চৰিত্ৰাৰ্থ কৰাৰ কু-প্ৰস্তাৱ আগবঢ়াইছিল এইজন পাষণ্ডই। মহিলাগৰাকীয়ে তেওঁৰ এই প্ৰস্তাৱ মানি নল’লে সামাজিক মাধ্যমত ফ’টোও ভাইৰেল কৰাৰ ভাবুকি কৰিছিল এইজন ব্যক্তিয়ে। এই লোকজনৰ এনে নিকৃষ্ট কাৰ্যকলাপৰ বিৰুদ্ধে গৰজি উঠিছে বীৰ লাচিত সেনাই।

এই সংগঠনটোৱে নৰেন্দ্ৰ পণ্ডিতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আৰক্ষীক দাবী জনাইছে। অন্যথা বীৰ লাচিত সেনাই লোকজনৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰো সকিয়নি প্ৰদান কৰে।

Tags: BlackmailDibrugarhMolestation

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025