• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

Nation NE by Nation NE
July 29, 2025
in Top News, অসম
0 0
অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী
Share on FacebookShare on TwitterWhatsApp

পুনৰ ৰাজ্যত অনা অসমীয়াৰ দপদপনি। অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী।

ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিস্থিত হোটেল দেৱীকাত ২৮ জুলাইত নিশা উত্তপ্ত পৰিস্থিতি হয়। অনা অসমীয়া হোটেল স্বত্বাধিকাৰী পুণিত খেমানীৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰে হোটেলৰ কৰ্মচাৰী।

হোটেলখনৰ কৰ্মচাৰীৰ অভিযোগ ভিত্তিত বিগত নিশা ডিব্ৰুগড় ছাত্র সন্থাই হোটেলখনত উপস্থিত হৈ হোটেল পৰিস্থিতিৰ বুজ লয়। হোটেলখনৰ কৰ্মচাৰীৰ অভিযোগ অনুসৰি স্বত্বাধিকাৰী পুণিত খেমানীয়ে হোটেলখনৰ কৰ্মচাৰীৰ ওপৰত বিভিন্ন ধৰণৰ শোষণ আৰু মানসিক অত‍্যাচাৰ চলাই আহিছিল।

কৰ্মচাৰীক কেৱল দুৰ্ব‍্যৱহাৰেই নহয় শৰীৰৰ বাবে অনুপযোগী খাদ‍্যও গ্ৰাহকক বিলাবলৈ দিয়াৰ অভিযোগ উত্থাপিত কৰিছে হোটেলখনৰ কৰ্মচাৰীয়ে।

এই সমগ্ৰ ঘটনা দৃষ্টিগোচৰ হোৱাত ডিব্ৰুগড় ছাত্র সন্থাই হোটেলখনত উপস্থিত হৈ স্বত্বাধিকাৰী পুণিত খেমানীক এনেঘৰণৰ কাৰ্য নকৰিবলৈ সকিয়নী দিয়ে। আনহাতে হোটেলখনৰ সকলো কৰ্মচাৰীয়ে স্বত্বাধিকাৰীৰ সকলো কাৰ্যত অতিষ্ঠ হৈ হোটেলখনৰ পৰা সামূহিক কৰ্ম অব‍্যাহতি লৈ ঘৰলৈ গুচি যায়।

হোটেলখনৰ স্বত্বাধিকাৰী পুণিত খেমানীয়ে হোটেলৰ মহিলা কৰ্মচাৰীকো মানসিকভাৱে অত‍্যাচাৰ কৰে বুলি অভিযোগ উত্থাপিত হয়।হোটেলখনত সংঘটিত এই উত্তপ্ত পৰিস্থিতিক লৈ ডিব্ৰুগড় সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

Tags: #AssamDibrugarhHotel

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025